• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয়  নাগৰিকপঞ্জীৰ তৎকালীন জাননীত হাৰাশাস্তিত জনসাধাৰণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 27, 2018 9:00 pm
27-04-18-Guwahati-Congress-submit-memorandum-at-NRC-office-1-1-570x320

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাত এ পি চি চিৰ সভাপতি ৰিপুন বৰাসহ কংগ্ৰেছৰ নেতৃবৰ্গৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বংশবৃক্ষৰ পৰীক্ষণ চলি আছে আৰু সমাপ্ত হ’বলৈ এটা মাহ বাকী আছে। যোৱা এমাহে বিভিন্ন ঠাইত বংশবৃক্ষ তথ্য পৰীক্ষাৰ বাবে যিসমূহ নীতি-নিৰ্দেশনা কৰিছে তাৰ সৈতে জৰিত বিষয়াসকলে বহু ক্ষেত্ৰত বিশৃংখলতাৰ সৃষ্টি কৰি হাৰাশাস্তিত পেলাইছে জনসাধাৰণক।’ এই দাবী অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাৰ।  শুকুৰবাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি এই সমস্যা সমাধানৰ দাবী জনাই প্ৰদেশ কংগ্ৰেছে এখন স্মাৰক পত্ৰ প্ৰদান কৰি আহি সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বংশবৃক্ষ পৰিক্ষণ প্ৰক্ৰিয়াটোত খেলি-মেলিৰে ভৰি থকাৰ অভিযোগ তোলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। সেয়েহে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা এই খেলি-মেলি তথা আঁসোৱাহসমূহ ততাতৈয়াকৈ আঁতৰাবৰ বাবে আহ্বান জনাই মুখ্য মন্ত্ৰী আৰু ভাৰতৰ মহা পঞ্জীয়কলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

তদুপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে জাননী অহাৰ ২৪ ঘন্টাৰ ভিতৰত এগৰাকী লোক সাজু হৈ উঠিব লাগে, লগতে বহুত দূৰত গৈ তেওঁলোকে পৰীক্ষাকেন্দ্ৰত উপস্থিত হ’ব লাগে। তেনে ক্ষেত্ৰত সেইসকলৰ বাবে জাননী অহাৰ ২৪ ঘন্টাৰ ভিতৰত সাজু হৈ উঠাত অসুবিধাৰ সন্মুখীন হয়। লগতে চাকৰি, ধনৰ অভাবৰ ফলতো দূৰ-দূৰণিলৈ বংশবৃক্ষ পৰীক্ষণৰ বাবে যাব নোৱাৰে বুলিও বৰাই কয়।

‘এন আৰ চি সেৱা কেন্দ্ৰত গৈ শুনানিৰ বাবে ধাৰ্য্য কৰা দিনতকৈও চাৰি-পাঁচদিন জনসাধাৰণে অপেক্ষা কৰিবলগীয়া হৈছে। ইয়াৰ কাৰণ এইটোৱেই যে সেৱাকেন্দ্ৰসমূহত নিযুক্তি দিয়া বিষয়া-কৰ্মচাৰীৰ সংখ্যা নগন্য। লগতে কিছুসংখ্যক লোকৰ আচল নথি-পত্ৰ থকাৰ পিছতো সেইবিলাক গ্ৰহণযোগ্য নহ’ব বুলি কোৱা হৈছে, ফলত বহুতো লোক ভীতিগ্ৰস্ত হৈ পৰিছে।ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰীক্ষা কেন্দ্ৰসমূহত মহিলাসকলৰ বাবে প্ৰস্ৰাবগাৰৰ ব্যৱস্থা নাই, খোৱা পানীৰ সু-ব্যৱস্থা নাই। ‘ ক্ষোভ প্ৰকাশ কৰি বৰাই এনেদৰে কয়।

প্ৰদেশ কংগ্ৰেছৰ হৈ সভাপতি ৰিপুন বৰা,  প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু পৃথিব্বী মাঝিকে ধৰি এটা সজাতি দলে উপৰোক্ত সমস্যাসমূহ সমাধানৰ দাবী জনাই  ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd