• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলালৈ পত্ৰ প্ৰেৰণ আজমলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2018 9:02 pm
Loksabha election: AIUDF to play major role in Assam's Kaliabor

এ আই ইউ দি এফৰ মুৰব্বী বদৰুদ্দিন আজমল। ফাইল ছবি।

132
VIEWS
Share on FacebookShare on Twitter

অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ পত্ৰ প্ৰেৰণ কৰি কৈছে যে পুৰীক্ষণৰ প্ৰক্ৰিয়াত জনসাধাৰণ সমস্যাৰ মুখামুখী হৈছে।

বুধবাৰে হাজেলালৈ প্ৰেৰণ কৰা পত্ৰখনত অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কৰ্তৃপক্ষক বিষয়টোৱে সাধাৰণ নাগৰিকক সমস্যাত পেলোৱাৰ বিষয়ত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে।

কিছুসংখ্যক লোকে জাননী যথা সময়ত লাভ নকৰা কথাটো দলৰ দৃষ্টিগোচৰ হোৱাটো পত্ৰখনত আজমলে পত্ৰখনত উল্লেখ কৰিছে। যিহেতু পুনৰীক্ষণ কেন্দ্ৰ যিকোনো ঠাইতে অথবা যিকোনো দূৰত্বতে হ’ব পাৰে সেয়েহে সৰ্বসাধাৰণে আগতীয়াকৈ জাননী লাভ কৰিব লাগে বুলি তেওঁ প্ৰকাশ কৰিছে। আজমলে উল্লেখ কৰিছে যে ধুবুৰী আৰু গোৱালপাৰা আদি এলেকাত জনসাধাৰণে তাৰিখ উকলি যোৱাৰ পাছত জাননী লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰিছে।

তেওঁ আৰু অভিযোগ কৰিছে যে পুনৰীক্ষণ কেন্দ্ৰত অনাময় ব্যৱস্থাৰ অভাৱৰ বাবে দূৰৰ পৰা অহা লোকসকল অসুবিধাৰ সমুখীন হৈছে।

আজমলে সংশ্লষ্ট কৰ্তৃপক্ষক অনুৰোধ জনাইছে যাতে পুনৰীক্ষণ কেন্দ্ৰসমূহত জনসাধাৰণৰ বাবে অস্থায়ী অনাময় ব্যৱস্থাৰ  সুবিধা কৰি দিয়ে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ১য় খন খচৰা নিৰ্দিষ্ট সময়ৰ ভিতৰতে প্ৰকাশ কৰাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে আজমলে প্ৰকাশ হাজেলাক প্ৰশংসা কৰি কোনো প্ৰকৃত নাগৰিক যাতে অন্তিম খচৰাৰ পৰা বাদ পৰি নাযায় তাত দৃষ্টি ৰাখিবলৈ অনুৰোধ কৰে।

Recent News

অৱসৰৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসগৃহ খালী কৰা নাই প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে! উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে পত্ৰ

অৱসৰৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসগৃহ খালী কৰা নাই প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে! উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে পত্ৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd