• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কে নতুন দিল্লীত ৰাজনাথ সিং, সোণোৱালৰ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2018 4:22 pm
nrc assam
180
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক আজি ৩ মে’ত নতুন দিল্লীত সাক্ষাৎ কৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দ্বিতীয়খন খছৰা প্ৰকাশৰ পূৰ্বে এন আৰ চিক লৈ আজিৰ সাক্ষাতত বিতং আলোচনা হয় বুলি জানিব পৰা গৈছে।

গৃহ মন্ত্ৰ্যালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু ৰাজ্য চৰকাৰৰ বিষয়াবৰ্গও এই আলোচনাত উপস্থিত আছিল।

মুখ্য মন্ত্ৰী সোণোৱালে আলোচনাৰ অন্তত সাংবাদিকৰ আগত প্ৰকাশ কৰিছে যে এই আলোচনাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কে বিতং আলোচনা কৰা হৈছে। প্ৰথম খচৰাৰ দৰেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বিতীয় খচৰাকো ৰাইজে শান্তিপূৰ্ণভাৱে গ্ৰহণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ৰাজ্যখনত শান্তিৰ পৰিৱেশ বজাই ৰখাৰ বাবে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ত্ৰুটিমুক্ত হ’ব বুলিও তেওঁ কয়।

সূত্ৰ অনুসৰি ৰাজ্যৰ শান্তি বজাই ৰখাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্য মন্ত্ৰী সোণোৱালে কেন্দ্ৰীয় গৃহমন্ত্ৰীক জানিবলৈ দিছে।

ৰাজ্যৰ কেইবাটাও ঐতিহ্যপূৰ্ণ স্থান ব্যক্তিগত কোম্পানিৰ হাতত অৰ্পণ কৰাৰ প্ৰসংগত সোণোৱালে কয় যে ৰাজ্যৰ জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম তেওঁৰ চৰকাৰে নকৰে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd