• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰোড শ্ব’ত অংশ ল’বলৈ মুখ্য মন্ত্ৰী সোণোৱালে ভ্ৰমণ কৰিব ছিংগাপুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2018 8:49 am
sarbananda sonowal assam cm

সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

212
VIEWS
Share on FacebookShare on Twitter

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল পোন প্ৰথমবাৰৰ বাবে যাত্ৰা কৰিব বিদেশলৈ। মুখ্য মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথম বিদেশ ভ্ৰমণ হিচাপে ৬ জানুৱাৰি তাৰিখে ছিংগাপুৰলৈ ৰাওনা হ’ব। ছিংগাপুৰত উপস্থিত হৈ মুখ্য মন্ত্ৰীজনে ৭ জানুৱাৰী তাৰিখে অংশ ল’ব গ্ল’বেল ইনভেষ্টৰ ছামিট ৰোড শ্ব’ত।

উল্লেখ্য যে মুখ্য মন্ত্ৰী সোণোৱালে আজি ৰাতিপুৱা ১১ বজাত কৃষি-উদ্যান শস্য প্ৰদৰ্শনী মেলাৰ চতুৰ্থ সংস্কৰণ  অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। এই কাৰ্যসূচী সমাপন কৰিয়েই মুখ্য মন্ত্ৰীয়ে পোনে পোনে দিল্লীলৈ ৰাওনা হ’ব আৰু দিল্লীৰ পৰাই ৬ জানুৱাৰি তাৰিখে ছিংগাপুৰলৈ যাব।

উল্লেখযোগ্য যে অসম চৰকাৰে অহা ফেব্ৰুৱাৰিৰ ৩ আৰু ৪ তাৰিখে দুদিনীয়াকৈ দেশী-বিদেশী বিনিয়োগকাৰীক লৈ এডভাণ্টেইজ আছাম শীৰ্ষক Assam Global Investors’ Summit অনুষ্ঠিত কৰিবলৈ ওলাইছে। উক্ত অনুষ্ঠানলৈ যিমান পাৰি অধিক বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ লক্ষ্যৰে ৰাজ্যখনৰ মন্ত্ৰী-আমোলা ব্যস্ত আছে অসমক ব্যৱসায় তথা উদ্যোগ স্থাপনৰ সুবিধাজনক ক্ষেত্ৰ হিচাপে দাঙি ধৰাৰ চেষ্টাত। এই প্ৰচেষ্টাৰ অংশস্বৰূপেই ৰাজ্যখনৰ মুখ্য মন্ত্ৰী  সৰ্বানন্দ সোণোৱাল  ছিংগাপুৰ ভ্ৰমণলৈ ৰাওনা হ’ব।

Recent News

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

বন্দুকধাৰীৰ গুলীত নিহত আমেৰিকাৰ এগৰাকী সাংসদ, গুৰুতৰভাৱে আহত আন এগৰাকী সাংসদো

বন্দুকধাৰীৰ গুলীত নিহত আমেৰিকাৰ এগৰাকী সাংসদ, গুৰুতৰভাৱে আহত আন এগৰাকী সাংসদো

কৰ্পোৰেট লুণ্ঠনৰ বাবে ৰাজ্যৰ থলুৱাক উচ্ছেদ আৰু চৰকাৰৰ সাম্প্ৰদায়িক বৰ্বৰতাৰ বিৰুদ্ধে বাওঁ দলসমূহৰ প্ৰতিবাদ

কৰ্পোৰেট লুণ্ঠনৰ বাবে ৰাজ্যৰ থলুৱাক উচ্ছেদ আৰু চৰকাৰৰ সাম্প্ৰদায়িক বৰ্বৰতাৰ বিৰুদ্ধে বাওঁ দলসমূহৰ প্ৰতিবাদ

ভাৰতৰ বিৰুদ্ধে ড্ৰ’ৰে আৰম্ভ, অষ্ট্ৰেলিয়াক পৰাজিত কৰি শেষ; ২৭ বছৰৰ অপেক্ষাৰ অৱসান দক্ষিণ আফ্ৰিকাৰ

ভাৰতৰ বিৰুদ্ধে ড্ৰ’ৰে আৰম্ভ, অষ্ট্ৰেলিয়াক পৰাজিত কৰি শেষ; ২৭ বছৰৰ অপেক্ষাৰ অৱসান দক্ষিণ আফ্ৰিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd