• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউনৰ বাবে অসমৰ ১০,০০০ প্ৰব্ৰজিত শ্ৰমিক আৱদ্ধ হৈ আছে মিজোৰামত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2020 8:51 am
3corona1_6

প্ৰতিনিধিত্বমূলক ফটো

2.5k
VIEWS
Share on FacebookShare on Twitter

নভেল কৰ’নাভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বলবৎ কৰা ৰাষ্ট্ৰজোৰা লকডাউনৰ বাবে মিজোৰামত ১০,০০০তকৈয়ো অধিক প্ৰব্ৰজিত শ্ৰমিক আৱদ্ধ হৈ আছে। ইয়াৰে অধিকাংশই অসমৰ। সোমবাৰে এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই এই কথা জানিবলৈ দিয়ে।

এই প্ৰব্ৰজিত শ্ৰমিকসকলৰ অধিকাংশই বিভিন্ন উদ্যোগ আৰু অসংগঠিত খণ্ডত নিয়োজিত হৈ আছিল।

ৰাজ্যখনৰ গৃহ মন্ত্ৰী লালচামলিয়ানাই কয় যে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ নিৰ্দেশ অনুসৰি আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলক খাদ্য আৰু আশ্ৰয় প্ৰদান কৰিছে।

ৰাজ্যৰ গৃহ বিভাগে COVID-19ৰ বাবে গঠন কৰা জিলা পৰ্যায়ৰ সকলো টাস্ক ফ’ৰ্চক তেওঁলোকৰ সংশ্লিষ্ট অঞ্চলত থকা প্ৰব্ৰজিত শ্ৰমিকৰ বাবে সাহায্য ব্যৱস্থা নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে।

সাহায্য ব্যৱস্থাৰ খৰচসমূহ ৰাজ্যিক কোষাগাৰৰ পৰা ব্যয় কৰা হ’ব আৰু সেয়া পাছত ষ্টেট ডাইজেষ্টাৰ ৰেছপন্স ফাণ্ড (এছ ডি আৰ এফ)ৰ পৰা জোৰা মৰা হ’ব।

গৃহ মন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে প্ৰব্ৰজিত শ্ৰমিকসকলক সাহায্য আগবঢ়োৱাৰ বাবে তেওঁলোকৰ সংশ্লিষ্ট এছ ডি আৰ এফক ব্যৱহাৰ কৰাৰ বাবে ৰাজ্যসমূহক কৰ্তৃত্ব দিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে সাহায্য শিৱিৰ স্থাপন কৰিবলৈ ৰাজ্যসমূহক পত্ৰযোগে নিৰ্দেশ দিছে।

Tags: COVID19

Recent News

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd