• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! খনিত কৰ্মৰত অৱস্থাতে শ্ৰমিকসহ ৬৫০ ফুট তললৈ খহি পৰিল লিফ্ট; মৃত্যু ১১ শ্ৰমিকৰ, ৭৫ জন আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2023 4:50 pm
11 dead after elevator drops
804
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আফ্ৰিকাৰ এক প্লেটিনাম খনিত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। খনিত কৰ্মৰত বহুকেইগৰাকী শ্ৰমিকক কঢ়িয়াই নিয়াৰ সময়ত ব্যৱহৃত লিফ্ট হঠাতে প্ৰায় ২০০ মিটাৰ তললৈ খহি পৰাৰ ফলত প্ৰাণ হেৰুৱাইছে ১১ জন শ্ৰমিকে।

এই ভয়ংকৰ দুৰ্ঘটনাত লগতে ৭৫ জন শ্ৰমিক আহত হয় বুলি খনি কৰ্তৃপক্ষই সদৰী কৰিছে। সোমবাৰে সন্ধিয়া ৰাষ্টেনবাৰ্গৰ এটা খনিত সংঘটিত হয় এই শোকাৱহ ঘটনা।

নিৰ্ধাৰিত শ্বিফটৰ শেষত শ্ৰমিকসকল অহাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। আহত শ্ৰমিকসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি সদৰী কৰে কৰ্তৃপক্ষই।

ইম্পালা প্লেটিনাম হোল্ডিংছ (ইমপ্লেটছ)নামৰ খনন কোম্পানীটোৰ কৰ্তৃপক্ষই দুৰ্ঘটনাৰ পিছতে এক বিবৃতি যোগে এই ঘটনাক ইমপ্লেটছৰ ইতিহাসৰ আটাইতকৈ ক’লা দিন বুলি অভিহিত কৰে।

লিফটটো কি কাৰণত এইদৰে তললৈ খহি পৰে সেই সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে আৰু মঙলবাৰে খনিটোৰ সকলো কাম বন্ধ কৰি দিয়া হৈছে বুলি বিবৃতিটোত লগতে উল্লেখ কৰে কোম্পানীটোৱে।

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকা হৈছে বিশ্বৰ সৰ্বাধিক প্লেটিনাম উৎপাদনকাৰী দেশ। বিগত বৰ্ষত দেশখনৰ প্লেটিনাম খনিত সংঘটিত হোৱা দুৰ্ঘটনাত ৪৯ জন শ্ৰমিকৰ মৃত্যু হৈছিল। একেদৰে ২০২১ বৰ্ষত মৃত্যু হোৱা শ্ৰমিকৰ সংখ্যা আছিল ৭৪ জন।

Recent News

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd