• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলত উদ্ধাৰ অসমত অপহৃত হোৱা ১২ বছৰীয়া শিশুৰ মৃতদেহ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 1, 2024 11:02 am
395
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশত উদ্ধাৰ হৈছে যোৱা সপ্তাহত অসমৰ পৰা অপহৃত হোৱা এটা ১২ বছৰীয়া শিশুৰ মৃতদেহ।

যোৱা ২২ জুলাইত স্কুলৰ পৰা উভতি অহাৰ সময়তে উজনি অসমৰ শদিয়াত অপহৰণ কৰা হৈছিল ৰোহিত বাহাদুৰ চেত্ৰী নামৰ শিশুটিক।

শিশুটিৰ মুক্তিৰ বিনিময়ত শিশুটিৰ পৰিয়ালৰ পৰা ২৫ লাখ টকা দাবী কৰিছিল অপহৰণকাৰীয়ে।

এই গোচৰৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাজুছ’ তামাই আৰু গোবিন তামাং নামৰ দুজন সন্দেহযুক্ত লোকক।

আৰক্ষীৰ সোধপোচত অপৰাধ স্বীকাৰ কৰিছে এই দুই অভিযুক্তই। অভিযুক্তৰ বক্তব্যৰ ভিত্তিত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

এই ঘটনাক লৈ এতিয়া ক্ষোভৰ সৃষ্টি হৈছে সমগ্ৰ শদিয়া অঞ্চলত। অভিযুক্তৰ মৃত্যুদণ্ডৰ দাবী জনাইছে শিশুটিৰ পৰিয়াল, স্থানীয় ৰাইজ আৰু গোৰ্খা দল-সংগঠনে।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

Recent News

মতাদৰ্শৰ বাবে কাৰোবাক জেলত ভৰাব নোৱাৰি: কেৰালাৰ আৰ এছ এছ নেতাৰ হত্যাৰ অভিযুক্তক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ে

মতাদৰ্শৰ বাবে কাৰোবাক জেলত ভৰাব নোৱাৰি: কেৰালাৰ আৰ এছ এছ নেতাৰ হত্যাৰ অভিযুক্তক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ে

গ্ল’বেল ফৰেষ্ট ৱাট্চৰ প্ৰতিবেদনত ভয়ংকৰ তথ্যঃ ২০২৪ চনত ভাৰতে হেৰুৱালে ১৮,২০০ হেক্টৰৰ বনাঞ্চল

গ্ল’বেল ফৰেষ্ট ৱাট্চৰ প্ৰতিবেদনত ভয়ংকৰ তথ্যঃ ২০২৪ চনত ভাৰতে হেৰুৱালে ১৮,২০০ হেক্টৰৰ বনাঞ্চল

৮ ডিচেম্বৰত অসমত সংগীতানুষ্ঠানৰ বাবে আহিবলগীয়া প’ষ্ট মেল’ন কোন? কিমান টকা ল’ব মাৰ্কিন সংগীতজ্ঞজনে?

৮ ডিচেম্বৰত অসমত সংগীতানুষ্ঠানৰ বাবে আহিবলগীয়া প’ষ্ট মেল’ন কোন? কিমান টকা ল’ব মাৰ্কিন সংগীতজ্ঞজনে?

মণিপুৰত এনইউজিৰ কেডাৰৰ হত্যাৰ তদন্ত আৰু ক্ষতিপূৰণৰ দাবী মায়ানমাৰৰ

মণিপুৰত এনইউজিৰ কেডাৰৰ হত্যাৰ তদন্ত আৰু ক্ষতিপূৰণৰ দাবী মায়ানমাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd