• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চেন্নাই ছুপাৰ কিংছ দলৰ সৈতে ডুবাইলৈ নাযায় ক্ৰিকেটাৰ হৰভজন সিং

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2020 10:17 am
2.9k
VIEWS
Share on FacebookShare on Twitter

চেন্নাই ছুপাৰ কিংছ দলৰ সৈতে আজি য়ু এ ইলৈ যাত্ৰা নকৰে অফ স্পিনাৰ হৰভজন সিঙে।

বৰ্তমান অফ স্পিনাৰ গৰাকীৰ মাতৃৰ শাৰিৰীক অৱস্থা ভাল নহয় সেয়ে তেওঁ দলৰ সৈতে ডুবাইলৈ নাযায়। ফ্ৰেন্সাইজিক এই কথা অৱগত কৰিছে।

জানিব পৰা মতে ভাৰতীয় ক্ৰিকেটৰ অভিজ্ঞ অফ স্পিনাৰ গৰাকীয়ে অহা দুই সপ্তাহমানৰ ভিতৰত দলত যোগ দিব।

ইফালে য়ু এ ইলৈ ৰাওনা হোৱাৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছ দলে আয়োজন কৰা পাঁচদিনীয়া অনুশীলন শিবিৰতো যোগদান কৰা নাছিল হৰভজন সিঙে।

অনুশীলন শিবিৰত ভাগ নোলোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি মাতৃৰ অসুস্থতাৰ বাবেই ক্ৰিকেটাৰ গৰাকীয়ে শিবিৰত অংশ লোৱা নাছিল।

উল্লেখ্য যে চেন্নাই ছুপাৰ কিংছ দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু দলৰ গুৰুত্বপূৰ্ণ বেটছমেন সুৰেশ ৰাইনাই যোৱা ১৫ আগষ্টৰ দিনা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

Recent News

ভাৰতক পুনৰ মেচলৈ ঘুৰাই আনিলে বলাৰসকলে; জয়ৰ আশা বুকুত বান্ধি যুঁজ দিছে গীল বাহিনীয়ে

ভাৰতক পুনৰ মেচলৈ ঘুৰাই আনিলে বলাৰসকলে; জয়ৰ আশা বুকুত বান্ধি যুঁজ দিছে গীল বাহিনীয়ে

সাৱধান! খালী পেটত কেতিয়াও নাখাব এই কেইবিধ খাদ্য

সাৱধান! খালী পেটত কেতিয়াও নাখাব এই কেইবিধ খাদ্য

ফ্লিপকাৰ্ট ফ্ৰিডম চেল: বছৰৰ আটাইতকৈ কম মূল্যত পাব টেবলেট

ফ্লিপকাৰ্ট ফ্ৰিডম চেল: বছৰৰ আটাইতকৈ কম মূল্যত পাব টেবলেট

২৪ টা ঘৰ, ৩০ কোটিৰ সম্পত্তি ১৫ হাজাৰ টকা দৰমহা পোৱা কেৰাণীৰ : অভিযান চলাবলৈ গৈ স্তম্ভিত চৰকাৰী বিষয়া

২৪ টা ঘৰ, ৩০ কোটিৰ সম্পত্তি ১৫ হাজাৰ টকা দৰমহা পোৱা কেৰাণীৰ : অভিযান চলাবলৈ গৈ স্তম্ভিত চৰকাৰী বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd