NORTHEAST NOW (Assamese)

ছত্তীশগড়ত সেনাৰ গুলীৰ নিহত ১৬ মাওবাদী : আহত দুই জোৱান

March 29, 2025 11:38 am ·
Updated: March 29, 2025 11:42 am

ছত্তীশগড়ত পূৰ্ণোদ্যমে চলিছে সেনাৰ মাওবাদী নিঃশেষ অভিযান।

শুকুৰবাৰে নিশা ছত্তীশগড়ত সেনা-মাওবাদীৰ সংঘৰ্ষত নিহত হয় ১৩ জনকৈ মাওবাদী বিদ্ৰোহী।

এই সংঘৰ্ষত দুজন সেনা আহত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, মাওবাদীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছে।

Related News