ৰাজ্যত আজিৰ দিনটোত ১৩ গৰাকীকৈ লোকৰ দেহত মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।
ইয়াৰে ৮ গৰাকী হোজাইৰ, দুগৰাকী শোণিতপুৰ জিলাৰ আৰু এগৰাকী কামৰূপ মেট্ৰ’ৰ, এগৰাকী নগাঁও আৰু কামৰূপ জিলাৰ।
ৰাজ্যত ১৭০ গৰাকীলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা।
টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
Alert ~ 13 new cases of #COVID19 + confirmed. Break-up ~ 8 from Hojai; 2 from Sonitpur; 1 each from Kamrup Metro, Kamrup and Nagaon.
↗️Total cases 170
↗️Recovered 48
↗️Active cases 115
↗️Deaths 04
↗️Migrated 03Update 7:10 pm / May 20#AssamCovidCount pic.twitter.com/iFBcH2r11U
— Himanta Biswa Sarma (@himantabiswa) May 20, 2020
বৰ্তমান ১১৫ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৪৮ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷
এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷
কালিৰ দিনটোত ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।