• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰীক্ষাৰ ফলাফলক লৈ বিবাদ: পিতৃ-মাতৃ, ভাতৃক গুলীয়াই হত্যা ১৫ বছৰীয়া কিশোৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2022 6:53 pm
boy killed family
189
VIEWS
Share on FacebookShare on Twitter

বিদ্যালয়ৰ পৰীক্ষাত নিম্ন ফলাফলক লৈ হোৱা বিবাদৰ ফলত এজন ১৫ বছৰীয়া কিশোৰে গুলীয়াই হত্যা কৰিছে নিজ পিতৃ-মাতৃৰ লগতে ১০ বছৰীয়া ভাতৃক। স্পেইনত সংঘটিত হৈছে এই নৃশংস ঘটনা।

স্পেইনৰ দক্ষিণ-পূব বন্দৰ চহৰ আলিকেণ্টেৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত এলচেৰ ঠিক বাহিৰৰ এখন গ্ৰাম্য অঞ্চলত মঙ্গলবাৰে এই হত্যাকাণ্ড সংঘটিত হৈছিল। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত কিশোৰজনক গ্ৰেপ্তাৰ কৰিছে।

মঙ্গলবাৰেই এই হত্যাকাণ্ড সংঘটিত হ’লেও শুক্ৰবাৰে নিশাহে এই ঘটনা পোহৰলৈ আহে। শুকুৰবাৰে নিশা কিশোৰটিৰ মাতৃৰ ভগ্নী তেওঁলোকৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত হত্যাকাণ্ডৰ সম্ভেদ পায়।

কিশোৰটিয়ে মহিলা গৰাকীৰ আগত পৰিয়ালটোৰ সদস্য সকলক হত্যা কৰে বুলি উল্লেখ কৰে। মহিলাগৰাকীয়ে লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে।

আৰক্ষীয়ে কিশোৰজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে ১৫ বছৰীয়া কিশোৰজন হত্যাকাণ্ডৰ পিছত তিনিদিন ধৰি মৃতদেহৰ সৈতে ঘৰত অকলে আছিল।

কিশোৰটিয়ে প্ৰথমে ফলাফলক লৈ মাতৃৰ লগত তৰ্কত লিপ্ত হয় আৰু পিছত দেউতাকৰ ৰাইফলেৰে মাকক গুলীয়াই হত্যা কৰে।

ইয়াৰ পিছতে কিশোৰটিয়ে নিজ পিতৃ আৰু ভাতৃকো গুলীয়াই হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Recent News

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd