• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দশম মানৰ গণিত আৰু দ্বাদশ মানৰ অৰ্থনীতিৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ জাননী চি বি এছ চিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2018 9:52 pm
Notice-570x320
131
VIEWS
Share on FacebookShare on Twitter

চেণ্ট্ৰেল ব’ৰ্ড অব ছেকেণ্ডাৰী এডুকেশ্যনে (চি বি এছ চি) আজি গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি দশম মানৰ গণিতৰ কাকত আৰু দ্বাদশ মানৰ অৰ্থনীতিৰ কাকতৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ’ব। নতুনকৈ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ তাৰিখ আৰু অন্যন্য তথ্য এসপ্তাহৰ ভিতৰতে চি বি এছ চিৰ ৱেবছাইটত প্ৰকাশ কৰা হ’ব বুলি পৰীক্ষা নিয়ন্ত্ৰণ ব’ৰ্ডৰ তৰফৰ পৰা জনোৱা হৈছে।

প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত  চি বি এছ চি পৰীক্ষা নিয়ন্ত্ৰকে আজি এক জাননী যোগে বিবৃতি দিছে যে বাতৰিত প্ৰকাশ পোৱা মতে কেইটামান পৰীক্ষাত হৈ থকা অনিয়ম সন্দৰ্ভত পৰীক্ষা নিয়ন্ত্ৰণ ব’ৰ্ড অৱগত। ব’ৰ্ডৰ দ্বাৰা পতা পৰীক্ষাৰ পবিত্ৰতা ৰক্ষা কৰা আৰু শিক্ষাৰ্থীসকলৰ প্ৰতি ন্যায় কৰাৰ বাবে পৰীক্ষাসমূহ পুনৰাই পতা হ’ব বুলি বিবৃতিটোত কোৱা হৈছে।

জানিব পৰা গৈছে যে প্ৰশ্ন কাকত ফাদিল হোৱা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে এটা তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগ দিনা চি বি এছ চিৰ প্ৰশ্ন কাকতৰ হাতে লিখা হুবহু প্ৰতিলিপি ছচিয়েল মেডিয়াৰ মেছেজত বিয়পি পৰাৰ পিছত চি বি এছ চিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰেও স্বীকাৰ কৰিছে যে চি বি এছ চিয়ে অনুষ্ঠিত কৰা পৰীক্ষাৰ কাকত ফাদিল হৈছিল।

এতিয়া উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ দেশৰে দশম আৰু দ্বাদশ মানৰ প্ৰায় ২৮ লাখ শিক্ষাৰ্থীয়ে চি বি এছ চিয়ে নিৰ্ধাৰণ কৰি দিয়া নতুন সময়সূচী অনুযায়ী পৰীক্ষাত বহিব লাগিব।

উল্লেখ্য যে দশম মানৰ পৰীক্ষাৰ বাবে ১৬,৩৮,৪২৮ আৰু দ্বাদশ মানৰ পৰীক্ষাৰ বাবে ১১,৮৬,৩০৬ গৰাকী শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল।

Recent News

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd