• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেপালত ভয়ংকৰ ভূমিস্খলন : শিশু-মহিলাসহ ১৮ গৰাকী মৃত্যু, ২১ গৰাকী সন্ধানহীন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2020 2:48 pm
LS-750x375
304
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে (১৬ আগষ্ট) নেপালত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন।

নেপালৰ চৰকাৰী সূত্ৰই কৰা প্ৰকাশ অনুসৰি দেশখনৰ সিন্ধুপালচ’ক জিলাত দেওবাৰে সংঘটিত ভয়ানক ভূমিস্খলনটোত ১৮ গৰাকীৰো অধিক লোক মৃত্যু হোৱাৰ লগতে ১২ গৰাকীকৈ লোক সন্ধানহীন হৈ আছে।

মৃতসকলৰ মাজত ১১ গৰাকী শিশু, চাৰি গৰাকী মহিলা আৰু তিনিজন পুৰুষ আছে বুলি জানিবলৈ দিছে সিন্ধুপালচ’ক জিলাৰ আৰক্ষী অধীক্ষক প্ৰাজৱল মহাৰাজনে।

উদ্ধাৰকাৰী দলে ভূমিস্খলন সংঘটিত ঠাইত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰকাশ বুলি কৰিছে সংবাদ প্ৰতিষ্ঠান জিনঝুৱানেট-এ।

উল্লেখ্য যে জিলাখনৰ যুগল গ্ৰামীণ মিউনিচিপালিটি অঞ্চলৰ লিধি গাঁৱত যোৱা শুকুৰবাৰে হোৱা ভূমিস্খলনত ৩৭ টা গৃহ ক্ষতিগ্ৰস্ত হৈছিল।

জিলা প্ৰশাসনে ভূমিস্খলনত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সমীপৰ নিৰাপদ স্থানত সংস্থাপিত কৰিছে।

অঞ্চলটোত পুনৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে জিলাখনৰ আৰক্ষী অধীক্ষক গৰাকীয়ে।

“পুনৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে, আমি পাহাৰৰ তলৰ আৱাসীসকলক নিৰাপদ স্থানত সংস্থাপিত কৰিছো, তেওঁলোকৰ বাবে অস্থায়ী শিবিৰ স্থাপন কৰা হৈছে। ওচৰৰ এটা পাহাৰো উন্মুক্ত হৈ আছে আৰু পাহাৰৰ তলত ২৫ টা গৃহ আছে।” আৰক্ষী অধীক্ষক মহাৰাজনে কয়।

উল্লেখ্য যে লিধি গাঁও হৈছে নেপাল চৰকাৰৰ দ্বাৰা ঘোষিত আটাইতকৈ বেছি ভূমিস্খলনপ্ৰৱণ এলেকা।

২০১৫ চনৰ ভূমিকম্পৰ পিছতে পুনৰ নিৰ্মাণৰ বাবে গঠন কৰা নেপালৰ ৰাষ্ট্ৰীয় ৰিকনষ্ট্ৰাকশ্যন অথ’ৰিটি-এ উক্ত গাঁওখনৰ সুৰক্ষা আৰু সংস্থাপনৰ প্ৰয়োজন আছিল বুলি চিনাক্ত কৰিছিল যদিও সেয়া কৰা হোৱা নাছিল।

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd