• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২ ফুট উচ্চতাৰ দৰাই পাইছে ৬ ফুট উচ্চতাৰ সুন্দৰী কন্যা, বিয়াৰ ভিডিঅ’ ভাইৰেল ছ’চিয়েল মিডিয়াত

বুৰহান চিচতি ওৰফে বোবোৰ লগত বিয়াত বহা ফৌজিয়া পাকিস্তানৰ পাঞ্জাব প্রদেশেৰ বাসিন্দা আৰু দুয়োৰে মাজত প্ৰেমক সম্পৰ্ক আছিল।

পিয়ূষ ৰঞ্জন by পিয়ূষ ৰঞ্জন
November 22, 2019 1:19 pm
BOBo-and-Fauzia
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ দুই ফুট উচ্চতাৰ বুৰহান চিচতিৰ বিয়াৰ ভিডিঅ’টোৱে এতিয়া ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে। এই ভিডিঅ’টোত তেওঁৰ বিয়া, য’ত এটা পাঞ্জাবী গানত নৃত্য কৰা দেখা গৈছিল তাকো প্রায় ৬ ফুট উচ্চতাৰ সুন্দৰী ফৌজিয়াৰ লগত।

চিচতিক মানুহে বোবো নাম দিছে। শৈশৱতেই তেওঁ পলিঅ’ ৰোগত আক্ৰান্ত হৈছিল। আৰু তেতিয়াৰ পৰাই তেওঁ হুইলচেয়াৰত জীৱন কটাব আৰম্ভ কৰিছিল, কিন্তু তেওঁ তেওঁৰ জীৱন ভৰপূৰ উপভোগ কৰিছিল।

2-feet tall Burhan Chishti (known as Bobo) finds love with a Pakistan woman nearly 6-feet tall and gets married in Oslo at a lavish party. Bobo overcame adversity in pursuit of love & happiness and never gave up ? pic.twitter.com/s8O6s8mfJj

— Murtaza Ali Shah (@MurtazaViews) October 4, 2019

চিচতিক যেতিয়াই কোনো চেলিব্রিটিৰ সৈতে দেখা যায়, তেতিয়াই তেওঁ ছ’চিয়েল মিডিয়াত নিজৰ ছবি চেয়াৰ কৰাৰ পৰা কেতিয়াও বিৰত নাথাকে।

প্রেম বিবাহ

বুৰহান চিচতি ওৰফে বোবোৰ লগত বিয়াত বহা ফৌজিয়া পাকিস্তানৰ পাঞ্জাব প্রদেশৰ বাসিন্দা আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল। ফৌজিয়াই কেছিল যে তেওঁ বোবোক বহুত ভালপায়। এই কথা প্রকাশ কৰাৰ কাৰণে তেওঁ নিজৰ হাতত টেটুও আঁকিছে।

ববো এজন ব্যবসায়ী

নৰৱেত বোবোৰ বৃহৎ ব্যৱসায় আছে, তেওঁ সদায় বিলাসবহুল জীৱন যাপন কৰে। কেবল এয়াই নহয়, তেওঁ নৰৱেত চলচ্চিত্র তাৰকা চলমান খানৰ বিং হিউমেনেৰ প্রচাৰৰ প্রতিনিধিত্ব কৰে।

My first tweet ever with bhai jan @BeingSalmanKhan ?? Greatest superstar i ever met. Thanx @MaheckChahal. On set for Tiger Zinda he? pic.twitter.com/m7FSS6lL2Z

— Bobo (@Bobostylenorway) October 23, 2017

উল্লেখ্য যে, ২০১৭ বৰ্ষত তেওঁ সর্বাধিক অনুপ্রেৰণামূলক পুৰুষৰ পুৰস্কাৰ পাইছিল।

পিয়ূষ ৰঞ্জন

পিয়ূষ ৰঞ্জন

Piyush Ranjan is a SEO Expert and a Writer.

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd