• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঢ়মপুৰৰ বামুণী পাহাৰত ১৮ টাকৈ বন্যহস্তীৰ ৰহস্যজনক মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2021 5:16 pm
457
VIEWS
Share on FacebookShare on Twitter

এক কৰুণ ঘটনাই জোকাৰি গৈছে নগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যকে।

নগাঁও জিলাৰ বঢ়মপুৰৰ বামুণী পাহাৰত আজি উদ্ধাৰ হয় ১৮  টাকৈ বন্যস্তীৰ মৃতদেহ।

আজি পুৱাৰ ভাগত পাহাৰলৈ খৰি লুৰিবলৈ যোৱা লোকে মৃত হাতী কেইটা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক খবৰ দিয়ে।

ৰাইজে লগে লগে নগাঁৱৰ বন বিভাগক ঘটনাটোৰ বিষয়ে অৱগত কৰাৰ পিছতে বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়।

পাহাৰৰ কাষৰীয়া অঞ্চলত বাস কৰা স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা হোৱা তেওঁলোকে বামুণী পাহাৰত হাতীৰ আৰ্তনাদ শুনিবলৈ পাইছিল।

বনবিভাগৰ লোকে  বজ্ৰপাতৰ ফলতে এনেদৰে হাতী কেইটাৰ মৃত্যুক ঘটিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও ৰাজ্যৰ এগৰাকী আগশাৰীৰ হস্তী বিশেষজ্ঞ বিজয়ানন্দ চৌধুৰীয়ে হাতী কেইটাৰ মৃত্যু  বজ্ৰপাতৰ ফলত হোৱা বুলি মানি ল’বলৈ বিচৰা নাই।

হস্তী বিশেষজ্ঞ চৌধুৰীৰ মতে এয়া বিষক্ৰিয়াজনিত ঘটনা হোৱাৰেই সম্ভাৱনা বেছি।

কিয়নো ১৮ টাকৈ হাতীয়ে দুটা ভিন্ন স্থানত মৃত্যুক সাৱটি লৈছে। ইয়াৰে এটা স্থানত ১৪ টা আৰু আন এটা স্থানত ৪ টা হাতীৰ মৃত্যু ঘটিছে।

এনে পৰিস্থিতিলৈ চাই হাতী কেইটাৰ মৃত্যু বজ্ৰপাতৰ ফলত হোৱা নাই বুলি ভাবিব পাৰি বুলি উল্লেখ কৰে হস্তী বিশেষজ্ঞ বিজয়ানন্দ চৌধুৰীয়ে।

তেওঁ জোৰ দি কয় যে মৰণোত্তৰ পৰীক্ষাত তেনে ফলাফলেই ওলাব।হাতী কেইটাই যোৱা নিশা প্ৰকৃততে ক’ত অৱস্থান কৰিছিল সেয়া নিৰ্ধাৰণ কৰি তদন্ত আগবঢ়াই নিবলৈ হস্তী বিশেষজ্ঞ চৌধুৰীয়ে বনবিভাগক পৰামৰ্শ দিয়ে।

মৃত হাতী কেইটাৰ ভিতৰত কেইবাটাও পোৱালি হাতীও থকা বুলি জানিব পৰা গৈছে।

ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বন আৰু পৰিবেশ দপ্তৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ দিছে। শুকুৰবাৰে বনমন্ত্ৰীগৰাকীয়ে বামুণী পাহাৰৰ ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিছে।

একেলগে এনেদৰে ১৮ টাকৈ বন্যহস্তীৰ মৃত্যুৱে এতিয়া ব্যথিত কৰি তুলিছে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী লোকসকলক।

Recent News

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd