• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা, ২০২৫ : ‘হাৰ্ট লেম্প’ শীৰ্ষক গ্ৰন্থৰ বাবে মনোনীত ভাৰতীয়ে লেখিকা বানু মুস্তাক আৰু দীপা ভাষ্টিৰ নাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2025 12:08 pm
230
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা, ২০২৫ ৰ বাবে মনোনয়ন তালিকাত স্থান লাভ কৰিছে হাৰ্ট লেম্প শীৰ্ষক গ্ৰন্থৰ ভাৰতীয় লেখিকা বানু মুস্তাক আৰু উক্ত গ্ৰন্থখনৰ অনুবাদক দীপা ভাষ্টিয়ে।

উল্লেখ্য যে কানাড়া লেখিকা বানু মুস্তাকৰ ‘হাৰ্ট লেম্প’ শীৰ্ষক গ্ৰন্থখন ইংৰাজী ভাষালৈ অনুবাদ কৰিছে দীপা ভাষ্টিয়ে।

২০২২ চনত ডেইজী ৰকৱেলে হিন্দী ভাষাৰ পৰা অনুবাদ কৰা গীতাঞ্জলি শ্ৰীৰ টম্ব অৱ ছেণ্ড নামৰ গ্ৰন্থৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ প্ৰাইজ লাভ কৰাৰ বুকাৰ প্ৰাইজৰ ক্ষেত্ৰত চৰ্চা লাভ কৰা এইখন দ্বিতীয়খন ভাৰতীয় গ্ৰন্থ।

উল্লেখ্য যে ভাৰতৰ পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়া আৰু ব্ৰিটেইনৰ এণ্ড অদাৰ ষ্ট’ৰীজজে ২০২৫ চনৰ এপ্ৰিল মাহত হাৰ্ট লেম্প প্ৰকাশ কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় বুকাৰ প্ৰাইজৰ বাবে মনোনীত ১২ গৰাকী সাহিত্যিকৰ ভিতৰত ৯ গৰাকী মহিলা, আৰু তিনিগৰাকী পুৰুষ। মনোনীত হোৱা কিতাপৰ তালিকাত থকা ছখন কিতাপৰ ভিতৰত মাত্ৰ এখন কিতাপহে ২০০ পৃষ্ঠাতকৈ অধিক।

এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ প্ৰাইজৰ জুৰীৰ অধ্যক্ষতা কৰিছে লেখক মেক্স পৰ্টাৰে। লগতে আন বিচাৰকসকল হৈছে কবি আৰু ফটোগ্ৰাফাৰ কেলেব ফেমি; ৱাছাফিৰী ছানা গোৱালৰ লেখক আৰু প্ৰকাশন সঞ্চালক; লেখক আৰু অনুবাদক এণ্টন হুৰ; আৰু গায়িকা-গীতিকাৰ বেথ অৰ্টন। উল্লেখ্য যে অহা ২০ মে’ত লণ্ডনৰ টেট মডাৰ্ণত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বুকাৰ প্ৰাইজ, ২০২৫ বিজয়ীৰ নাম ঘোষণা কৰা হ’ব।

Recent News

‘মহাকাশৰ পৰা নমস্কাৰ’: মহাকাশচাৰী সুভাংশু শুক্লাৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰক অভিবাদন

‘মহাকাশৰ পৰা নমস্কাৰ’: মহাকাশচাৰী সুভাংশু শুক্লাৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰক অভিবাদন

জলবোমা মূৰত লৈও অসমে লাভ নকৰে বিনামূলীয়া বিদ্যুৎ! এনএইচপিচিয়ে নামনি সোৱণশিৰিৰ মাত্ৰ ২০৮ মেগাৱাট বিক্ৰী কৰিব অসমক!

জলবোমা মূৰত লৈও অসমে লাভ নকৰে বিনামূলীয়া বিদ্যুৎ! এনএইচপিচিয়ে নামনি সোৱণশিৰিৰ মাত্ৰ ২০৮ মেগাৱাট বিক্ৰী কৰিব অসমক!

ছাংঘাই কৰপ’ৰেশ্যন অৰ্গেনাইজেশ্যনৰ শীৰ্ষ সন্মিলনত যৌথ বিবৃতিত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ ভাৰতৰ

ছাংঘাই কৰপ’ৰেশ্যন অৰ্গেনাইজেশ্যনৰ শীৰ্ষ সন্মিলনত যৌথ বিবৃতিত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ ভাৰতৰ

গুৱাহাটীবাসীলৈ সুখবৰ! ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ

গুৱাহাটীবাসীলৈ সুখবৰ! ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd