• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুছলমান যুৱকে সাজি আছে ৰাম মন্দিৰৰ ২১০০ কিলোগ্ৰাম ওজনৰ ঘণ্টা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2020 7:22 am
Ram-Mandir-1-2
475
VIEWS
Share on FacebookShare on Twitter

অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম তৰিৎ গতিত আৰম্ভ হৈ গৈছে। মন্দিৰটোত স্থাপন কৰিবলগীয়া ঘণ্টাৰ শব্দ শুনা  যাব ১৫ কিলোমিটাৰ দূৰৰ পৰাই।

ৰাম মন্দিৰৰ ঘণ্টাৰ ওজন হ’ব ২১০০ কিলোগ্ৰাম। ঘণ্টাটো সাজি উলিওৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছে উত্তৰ প্ৰদেশৰ জলেশ্বৰ নিবাসী দাউ দয়াল নামৰক লোক জনৰ ওপৰত।

এই গৰাকী দাউ দয়ালে ইতিমধ্যে উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰৰ ১০১ কিলোগ্ৰাম ওজনৰ ঘণ্টা,উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰৰ ১০০০ কিলোগ্ৰাম ওজনৰ ঘণ্টা আদি নিৰ্মাণ কৰিছে।

বিগত ৩০ বছৰ ধৰি এনে কামতে জৰিত হৈ থকা দাউ দয়ালক ৰাম মন্দিৰৰ ঘণ্টা প্ৰস্তুতৰ কামত সহায় কৰিব ইকবাল মিস্ত্ৰী নামৰ মুছলমান কাৰিকৰ জনৰ লগতে আন ভালে কেইগৰাকী মুছলমান লোকে।

ঘণ্টাটো নিৰ্মাণত খৰচ পৰিব ২১ লাখ টকা। উত্তৰ প্ৰদেশৰ ইটৱাৰ বিকাশ মিট্টাল নামৰ লোক জনৰ প্ৰতিষ্ঠানে নিৰ্মাণৰ কাম লাভ কৰা ঘণ্টাটো এমাহৰ ভিতৰতে সাজু হৈ উঠিব।

ঘণ্টাটো স্থাপনৰ সময়ত ক্ৰেণৰ সহায় লোৱা হ’ব।

অষ্ট ধাতুৰে সাজি উলিয়াব লগীয়া ঘণ্টাটোৰ শব্দ তৰংগ ইমানেই বেছি হ’ব যে ইয়াৰ শব্দ ১৫ কিলোমিটাৰ দূৰৰ পৰাই শুনা যাব।

ঘণ্টাটো নিৰ্মাণৰ নামত প্ৰতিষ্ঠানটিয়ে কোনো ধন নলয় বুলি প্ৰকাশ কৰিছে।

২১ লাখ টকা খৰচ পৰিবলগীয়া ঘণ্টাটো মন্দিৰলৈ দান হিচাবে আগবঢ়াব বিকাশ মিট্টালৰ প্ৰতিষ্ঠানে।

Recent News

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd