• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৪৮ বছৰীয়া শিক্ষয়িত্ৰীৰ প্ৰেমত হাবুডুবু ২২ বছৰীয়া ছাত্ৰ! ধুমধামেৰে সম্পূৰ্ণ হ’ল বিবাহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2023 8:26 pm
37.7k
VIEWS
Share on FacebookShare on Twitter

প্ৰেমে নামানে বয়সৰ সীমনা, প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা। প্ৰেমে মানিব নোখোজে কোনো বাধা। প্ৰেম সদায় শ্বাসত, চিৰ সেউজ।

এইবাৰ সমাজ সকলো বাধা নেওচি আগবাঢ়িছে এহাল প্ৰেমিক প্ৰেমিকা। প্ৰেমিকৰ বয়স ২২ বছৰ, আনহাতে প্ৰেমিকাৰ বয়স ৪৮ বছৰ।

অডিটি চেণ্ট্ৰেল নিউজৰ ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ২০১৬ চনত মালয়েছিয়াৰ বাসিন্দা মহম্মদ ডেনিয়েল আহমদ আলী নামৰ ছাত্ৰজনে জুনিয়ৰ হাইস্কুলত পঢ়ি থকাৰ সময়তে সেই স্কুলত শিক্ষকৰ্তা কৰি আছিল জামিলা মহম্মদ নামৰ এগৰাকী মহিলাই। স্কুলৰ সময়ত এই দুই ছাত্ৰ-শিক্ষকৰ মাজত গঢ় লৈ উঠিছিল মধুৰ সম্পৰ্ক।

ইফালে ডেনিয়েলে পৰৱৰ্তী শ্ৰেণীলৈ উঠি যোৱাৰ পিছত দুয়োৰে মাজত যোগাযোগ নোহোৱা হয়। কিন্তু হঠাতে এদিন ডেনিয়েল যেতিয়া হেডমাষ্টৰৰ অফিচলৈ গ’ল তেতিয়া তেওঁ জমিলাক দেখা পালে। ইয়াৰ পিছত ছাত্ৰজন আকৌ বলিয়া হৈ পৰিল জমিলাৰ প্ৰেমত।

ইফালে জমিলাইও সেই বছৰ তেওঁৰ জন্মদিনৰ শুভেচ্ছা পঠিয়াইছিল। তেনেকৈয়ে দুয়োৰে মাজত কথা-বতৰা আৰম্ভ হ’ল আৰু ডানিয়েলে জমিলাৰ আগত নিজৰ প্ৰেম স্বীকাৰ কৰিলে।

কিন্তু জমিলাই লগে লগে সেই “প্ৰেম” নাকচ কৰিলে। কাৰণ আছিল তেওঁলোকৰ বয়সৰ পাৰ্থক্য। ডেনিয়েল জামিলাতকৈ ২৬ বছৰ সৰু। তাৰ পিছতো ডেনিয়েলে পিছ নেৰিলে জামিলাৰ।

ইফালে প্ৰেম প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পিছত ডেনিয়েলে শিক্ষয়িত্ৰীগৰাকীৰ ঘৰটো বিচাৰিবলৈ চেষ্টা কৰে আৰু অৱশেষত ঠিকনাটো বিচাৰি পায়। ইয়াৰ পিছত ঘৰলৈ গৈ পুনৰ জমিলাক লগ কৰি মনৰ কথা ক’লে ডেনিয়েলে।

বহুত বুজনিৰ পিছত জমিলা মান্তি হয় আৰু ডেনিয়েলক স্বামী হিচাপে গ্ৰহণ কৰে। জনা যায় যে দুয়োজনে পৰিয়ালৰ অনুমতি লৈ বিয়া পাতিছিল। ২২ বছৰীয়া ডেনিয়েলে ২০২১ চনত ৪৮ বছৰীয়া জামিলাক বিয়া কৰাইছিল।

উল্লেখ্য যে ২০০৭ চনত নিজৰ প্ৰাক্তন স্বামীৰ সৈছে বিবাহ-বিচ্ছেদ হৈছিল জামিলা নামৰ শিক্ষিকাগৰাকীৰ।

Recent News

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd