• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘পি এম-কিষাণ’ আঁচনিৰ অধীনত মাজুলীৰ ২৩৮৭২ গৰাকী কৃষকৰ নাম পঞ্জীয়ন

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
February 24, 2019 6:19 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ লগতে মাজুলী জিলাতো আজি কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি ‘প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি’ৰ শুভাৰম্ভ কৰা হয়। উত্তৰ প্ৰদেশৰ গোৰখপুৰত নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্তৰত এই আঁচনিখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কমলাবাৰীৰ মাজুলী মিলন সংঘত আয়োজিত জিলাস্তৰৰ উদ্ধোধনী অনুষ্ঠানত জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই মাজুলীৰ কৃষকসকলৰ বাবে ‘পি এম-কিষাণ’ৰ শুভাৰম্ভ কৰে।

এই আঁচনিৰ অধীনত নাম পঞ্জীয়ন হোৱা কৃষক হিতাধিকাৰীসকল আৰু পথাৰ পৰিচালনা সমিতিসমূহৰ সদস্যৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানত মাজুলী জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকা দত্ত, জিলা কৃষি বিষয়া অৰুণ কুমাৰ পাঠককে ধৰি ভালেকেইগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ নাগৰিক সন্থাৰ বিষয়ববীয়া আৰু সাংবাদিকে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, ক্ষুদ্ৰ আৰু উপান্ত কৃষকলৈ বছৰি ৬০০০ টকাকৈ সাহায্য প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ আৰম্ভ কৰা পি এম কিষাণ আঁচনিৰ অধীনত মাজুলী জিলাৰ ২৩৮৭২ গৰাকী কৃষক হিতাধিকাৰীৰ নাম ইতিমধ্যে পঞ্জীয়ন কৰা হৈছে।

ইয়াৰে ৫ গৰাকী কৃষক হিতাধিকাৰীক আজিৰ অনুষ্ঠানতে উপায়ুক্ত মিশ্ৰই ‘পি এম কিষাণ’ৰ সাহায্য ৰাশিৰ আৱণ্টন পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

Recent News

একাউণ্টত নূন্যতম ৫০ হাজাৰ টকা ৰাখিবই লাগিব! আইচিআইচিআই বেংকৰ নতুন নিয়ম

একাউণ্টত নূন্যতম ৫০ হাজাৰ টকা ৰাখিবই লাগিব! আইচিআইচিআই বেংকৰ নতুন নিয়ম

পেলেষ্টাইন সমৰ্থনৰ আঁৰত ইহুদী বিৰোধীতাৰ অভিযোগ! কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ক ১ বিলিয়ন ডলাৰ জৰিমনা ট্ৰাম্প প্ৰশাসনৰ

পেলেষ্টাইন সমৰ্থনৰ আঁৰত ইহুদী বিৰোধীতাৰ অভিযোগ! কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ক ১ বিলিয়ন ডলাৰ জৰিমনা ট্ৰাম্প প্ৰশাসনৰ

কমিব প্ৰদূষণৰ মাত্ৰা! ভাৰতত আৱিষ্কাৰ হৈছে প্লাষ্টিকভক্ষী বেক্টেৰিয়া আৰু ভেঁকুৰ

কমিব প্ৰদূষণৰ মাত্ৰা! ভাৰতত আৱিষ্কাৰ হৈছে প্লাষ্টিকভক্ষী বেক্টেৰিয়া আৰু ভেঁকুৰ

৫ লাখ টকাৰ প্ৰতিশ্ৰুতি দি দিলে মাত্ৰ ৫০০০ টকা! ক্ষতিপূৰণৰ নামত পীড়িতক ভেঙুচালি বিজেপিৰ

৫ লাখ টকাৰ প্ৰতিশ্ৰুতি দি দিলে মাত্ৰ ৫০০০ টকা! ক্ষতিপূৰণৰ নামত পীড়িতক ভেঙুচালি বিজেপিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd