• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল মিচিং সাহিত্য সভাৰ ২৩ সংখ্যক অধিবেশন

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 25, 2019 3:24 pm
Missing Sahitya Sabha

মিচিং সাহিত্য সভাৰ মূল অধিবেশনৰ তোৰণ।

1.2k
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে মাজুলীত আৰম্ভ হৈছে সাহিত্য সভাৰ ২৩ সংখ্যক কেন্দ্ৰীয় অধিবেশন। মাজুলীৰ নতুন বজাৰৰ তৰুণ চন্দ্ৰ পামেগাম ক্ষেত্ৰত অনুষ্ঠিত হোৱা মিচিংসকলৰ জাতীয় অনুষ্ঠান ‘আগম কেবাং’ অৰ্থাৎ সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনখনিক লৈ ইতিমধ্যে স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে।

অসমৰ এটা উল্লেখযোগ্য জনগোষ্ঠী মিচিং সকলৰ স্বকীয় ভাষা আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰি অহা মিচিং সাহিত্য সভাখন সফলভাবে অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তা সমিতিয়ে সকলো ধৰণৰ প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ কৰি তুলিছে।

আমাৰ স্থানীয় সংবাদ দাতাৰ প্ৰতিবেদন অনুসৰি অধিবেশনস্থলীত সুবৃহৎ মূল মঞ্চৰ লগতে তিনিটা মৃৎ ঘৰ সাজি উলিওৱা হৈছে। প্ৰায় ৩০০ ৰো অধিক স্বেচ্ছাসেৱক দিনে-নিশাই অধিবেশনখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে জড়িত হৈ থাকিব।

আনহাতে, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় ১৫০০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰাও ভালেসংখ্যক প্ৰতিনিধিয়ে অধিবেশনত অংশগ্ৰহণ কৰিছে। অধিবেশনৰ লগত সংগতি ৰাখি প্ৰতিনিধি সভাৰ লগতে সাংস্কৃতিক কাৰ্য্যসূচী, প্ৰদৰ্শনী আদিৰো ব্যৱস্থা কৰিছে আদৰণি সমিতিয়ে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd