• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহালয়া উদযাপনত অথন্তৰ: বাংলাদেশত নদীত ডুবিল যাত্ৰীবাহী নাও, ২৪ গৰাকী যাত্ৰীৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2022 7:04 am
boat capsizes in Bangladesh
124
VIEWS
Share on FacebookShare on Twitter

হিন্দু ধৰ্মাৱলম্বী সকলৰ পবিত্ৰ অনুষ্ঠান মহালয়া উদযাপনৰ সময়তে বাংলাদেশত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। দেওবাৰে বাংলাদেশৰ পঞ্চগড়ৰ কাৰাটয়া নদীত এখন নাও ডুবি যোৱাৰ ফলত ২৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকীও লোক সন্ধানহীন হৈছে।

বোদা উপজিলাৰ মাৰিয়া ইউনিয়ন পৰিষদৰ অন্তৰ্গত আউলিয়াৰ ঘাট অঞ্চলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা যাত্ৰী আৰু স্থানীয় লোকসকলৰ মতে, হিন্দু কেলেণ্ডাৰৰ এক পবিত্ৰ অনুষ্ঠান মহালয়া উপলক্ষে প্ৰাৰ্থনাৰ উদ্দেশ্যে স্থানীয় অঞ্চলসমূহৰ হিন্দু সম্প্ৰদায়ৰ লোকসকল আউলিয়া ঘাটৰ পৰা বধেশ্বৰ মন্দিৰ অভিমুখে যাত্ৰা কৰিছিল।

নাওখনত বহন ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িওৱাৰ ফলত কাৰাটোয়া নদীৰ মাজতে নাওখন ডুব যায়। দুৰ্ঘটনাত পতিত নাওখনৰ কেইবাগৰাকীও যাত্ৰীয়ে সাঁতুৰি পাৰলৈ উঠিবলৈ সক্ষম হয় যদিও বহু লোক এতিয়াও সন্ধানহীন হৈ আছে।

স্থানীয় বোদা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই উল্লেখ কৰা মতে সন্ধানহীন লোকসকলৰ উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান চলাই থকা হৈছে। ইতিমধ্যে উদ্ধাৰ কৰা একাংশ যাত্ৰীয়ে সন্ধানহীন লোকৰ সংখ্যা ৩০ গৰাকীতকৈও অধিক হ’ব বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে দুৰ্ঘটনাস্থলীৰ পৰা ২৪ গৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনাটোৰ তদন্তৰ বাবে পাঁচ জনীয়া এটা তদন্ত দল গঠন কৰা হৈছে বুলি স্থানীয় আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে।

Recent News

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd