• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিগ্ৰী শেষ কৰি আই আই টি বম্বেৰ ২৫% স্নাতকে নাপালে সংস্থাপন : বছৰি ৪ লাখলৈ হ্ৰাস দৰমহা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 3, 2024 5:35 pm
532
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ মুম্বাই আই আই টিৰ প্লেচমেন্ট চিজনে আশ্চৰ্যৰ সৃষ্টি কৰিছে। বহু ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী শেষ কৰি সংস্থাপন নোপোৱাৰ তথ্য পোহৰলৈ আহিছে। লগতে দৰমহাৰ পৰিমাণো যথেষ্ট হ্ৰাস পাইছে।

উল্লেখ্য যে পূৰ্বতে প্লেচমেন্ট চিজনত সংস্থাপন লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ নুন্যতম বাৰ্ষিক দৰমহা আছিল ৬ লাখ টকা। এইবাৰ এই দৰমহা ৪ লাখ টকালৈ হ্ৰাস পাইছে বুলি জানিবলৈ পোৱা গৈছে।

নূন্যতম দৰমহা হ্ৰাস পাইছে যদিও আই আই টি বম্বেৰ গড় বাৰ্ষিক পেকেজ ৭.৭ শতাংশ সামান্য বৃদ্ধি পাই যোৱা বছৰৰ ২১.৮ লাখ টকাৰ তুলনাত ২৩.৫ লাখ টকালৈ বৃদ্ধি পাইছে। কিন্তু কেম্পাছ সংস্থাপন মেলাৰ জৰিয়তে সংস্থাপন পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস পাইছে।

কেম্পাছ সংস্থাপন মেলাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাত্ৰ ৭৫ শতাংশইহে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে যোৱা বছৰ কেম্পাছৰ পৰা ৮২ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে সংস্থাপন লাভ কৰিছিল। যোৱা বছৰ এই সংস্থাপন মেলাত ৩২৪টা কোম্পানীয়ে অংশগ্ৰহণ কৰিছিল।

কিন্তু এইবাৰ এই সংস্থাপন মেলাত ৭৫ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে সংস্থাপন লাভ কৰিছে। লগতে সংস্থাপন মেলাত অংশগ্ৰহণ কৰা কোম্পানীৰ সংখ্যা এইবাৰ ৩৬৪টালৈ বৃদ্ধি পাইছে।

Recent News

আই আই টি খড়গপুৰ আৰু নয়দাৰ শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত: ন্যায়িক তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

আই আই টি খড়গপুৰ আৰু নয়দাৰ শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত: ন্যায়িক তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশৰ পৰিস্কাৰ চহৰসমূহৰ ভিতৰত অষ্টমবাৰৰ বাবে স্থান লাভ ইন্দোৰৰ : তালিকাত নাম নাই গুৱাহাটীৰ

দেশৰ পৰিস্কাৰ চহৰসমূহৰ ভিতৰত অষ্টমবাৰৰ বাবে স্থান লাভ ইন্দোৰৰ : তালিকাত নাম নাই গুৱাহাটীৰ

মুম্বাই ৰে’ল বিস্ফোৰণ গোচৰ: ১২ জন দোষীক দোষমুক্ত ঘোষণা বম্বে উচ্চ ন্যায়ালয়ৰ

মুম্বাই ৰে’ল বিস্ফোৰণ গোচৰ: ১২ জন দোষীক দোষমুক্ত ঘোষণা বম্বে উচ্চ ন্যায়ালয়ৰ

জুপুৰীৰ পৰা জাপানলৈ : দাৰিদ্ৰতাক নেওচি বৈজ্ঞানিক প্ৰতিভাৰ নিদৰ্শন ভাৰতীয় যুৱতীৰ

জুপুৰীৰ পৰা জাপানলৈ : দাৰিদ্ৰতাক নেওচি বৈজ্ঞানিক প্ৰতিভাৰ নিদৰ্শন ভাৰতীয় যুৱতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd