• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সীমামূৰীয়া লোকে অসমত তেওঁলোকৰ মাটিৰ পঞ্জীয়ন কৰাৰ কথা অৱগত নহয় মেঘালয় চৰকাৰ : মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2017 5:00 pm
112
VIEWS
Share on FacebookShare on Twitter

মেঘালয় বিধানসভাৰ তিনিদিনীয়া শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী আৰ চি লালুৱে কয় যে অসমৰ সীমাত মাটি থকা কোনো লোকে তেওঁলোকৰ মাটিৰ অসমত পঞ্জীয়ন কৰা বুলি চৰকাৰৰ হাতত কোনো তথ্য নাই। ”অসমৰ সীমাত মাটি থকা কোনো লোকে তেওঁলোকৰ মাটিৰ অসমত পঞ্জীয়ন কৰা বুলি এতিয়ালৈকে মেঘালয় চৰকাৰ অৱগত নহয়।” এই বুলি কয় উপ-মুখ্য মন্ত্ৰীজনে। অধিৱেশনৰ দ্বিতীয় দিনটোত প্ৰশ্নকালত বিৰোধী বিধায়ক জেমিনো মাওথয়ে কৰা এটা প্ৰশ্নৰ উত্তৰত এইদৰে কয় মন্ত্ৰীজনে। মাওথয়ে এই কথাও উনুকিয়াই দিয়ে যে চৰকাৰৰ ৰাজহ লোকচান নহ’বলৈ মাটিৰ সঠিক পঞ্জীয়ন হ’ব লাগে বুলি ২০১৪ চনত মেঘালয় উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশনাও জাৰি কৰিছিল। উচ্চ ন্যায়ালয়ে কৈছিল যে মাটিৰ হস্তান্তৰ কেঁচা বিক্ৰী চুক্তিৰ দ্বাৰা কৰাটোত অনুমতি দিব নালাগে, যিহেতু চৰকাৰৰ ৰাজহ লোকচান ৰোধ কৰিবলৈ ১৯০৮ চনৰ পঞ্জীয়ন আইন সমগ্ৰ ৰাজ্যতে প্ৰয়োগ কৰা হৈছে আৰু মাটি কিনাবেচাৰ সকলো চুক্তিতে ইয়াৰ প্ৰয়োগ বাধ্যতামূলক কৰা হৈছিল। আদালতে সকলো উপায়ুক্ত, পঞ্জীয়ক আৰু লগতে স্বায়ত্ত শাসিত জিলা পৰিষদলৈ উপযুক্ত পঞ্জীয়ন প্ৰক্ৰিয়া অনুসৰণ কৰিবলৈ আৰু কেঁচা বিক্ৰী চুক্তিমতে কোনো মাটিৰ কিনাবেচা নকৰিবলৈ নিৰ্দেশনা দিছিল।

মাটিৰ কোনটো পঞ্জীয়ন, ৰাজ্য চৰকাৰ নে স্বায়ত্তশাসিত জিলাৰ বৈধ বুলি আন এজন বিৰোধী বিধায়ক আৰ্ডেণ্ট মিলাৰ বাছেয়ামৈতে কৰা আন এটা প্ৰশ্নৰ উত্তৰত লালুৱে স্পষ্ট উত্তৰ দিয়াৰ পৰা বিৰত থাকে। তেওঁ মাথো বিষয়টো আইন বিভাগৰ সৈতে আলোচনা কৰি পৰীক্ষা কৰা হ’ব বুলি কয়। জানিব পৰামতে এনে মানুহো আছে, যি স্বায়ত্ত শাসিত জিলা পৰিষদৰ অধীনত আৰু ভাৰতীয় পঞ্জীয়ন আইন ২০০৮ ৰ মতে ৰাজ্য চৰকাৰৰ অধীনত দুয়োটাতে পঞ্জীয়ন কৰে। কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে লালুৱে দুই পক্ষৰ ওচৰত পঞ্জীয়ন কৰাৰ কথা অস্বীকাৰ কৰে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd