• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি সামৰণি পৰিব ২৬ সংখ্যক ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
October 26, 2018 11:26 am
children's science congress

প্ৰতিনিধিত্বমূলক ছবি

323
VIEWS
Share on FacebookShare on Twitter

শিশুৰ মাজত ‘বিজ্ঞান চিন্তা’ আৰু ‘বিজ্ঞান চৰ্চা’ৰ পৰিকল্পিত মঞ্চ হৈছে ‘ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ’। শিশু তথা ছাত্র-ছাত্ৰীৰ মাজত বৈজ্ঞানিক মানসিকতা, বৈজ্ঞানিক দৃষ্টিভংগীৰ সৃষ্টি কৰি এখন সুন্দৰ বৈজ্ঞানিক মনস্তাত্বিক সমাজ গঠন কৰি আধুনিক বিশ্বৰ লগত খোজত খোজ মিলাই যাবলৈ অহৰ্নিশে প্ৰচেষ্টা চলাই আহিছে ‘ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ’।

অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ পীঠস্থল, মনিকাঞ্চনৰ সংযোগ স্থলী মাজুলীত অনুষ্ঠিত হৈ থকা চলিত বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ আজি অন্তিম দিন। অসমৰ প্ৰায়বোৰ জিলাৰ পৰা আহি সমবেত হোৱা ১০-১৭ বছৰীয়া ছাত্র-ছাত্ৰীসকলে জয়গান গাইছে বিজ্ঞানৰ। এই মাজুলীতে আৰু সৃষ্টিশীল নতুন বিজ্ঞান চিন্তাৰ উন্মেষ ঘটিব বুলি ধাৰণা কৰা হৈছে।

কমলাবাৰীস্থিত মাজুলী মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা ২৬ সংখ্যক ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অসমৰ কিছু স্বনামধন্য বিজ্ঞানীয়েও অংশগ্ৰহণ কৰিছে। ৰাজ্যৰ ৩২ খন জিলাৰ ২৩৩ গৰাকী শিশু বিজ্ঞানীয়ে ইতিমধ্যে এই সমাৰোহত নিজৰ প্ৰকল্প সমূহ প্ৰদৰ্শন কৰি ।

সমাৰোহত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে নেৰিষ্টৰ জ্যেষ্ঠ বিজ্ঞানী ড০ মন্টু ভূঞা আৰু বিশিষ্ট পৰিৱেশ সংৰক্ষক যাদৱ পায়েঙৰ অন্তৰংগ আলাপৰ এটি অনুষ্ঠানৰ লগতে মূল্যায়কৰ দিকদৰ্শন সভা, জিলা সমন্বয় আৰু জিলা শৈক্ষিক সমন্বয়কৰ যুটীয়া সভাও অনুষ্ঠিত হয়।

উল্লেখ্য যে এই সমাৰোহত ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা প্ৰকল্পৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ মুঠ ২৬ টা প্ৰকল্প বাছি উলিওৱা হ’ব বুলি জানিবলৈ দিছে।

ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ সঞ্চালক সুজিত বেনাৰ্জী আৰু বিশিষ্ট বিজ্ঞানী ড০ প্ৰশান্ত গোস্বামীয়ে সমাৰোহত অংশগ্ৰহণ কৰা শিশু বিজ্ঞানীসকলৰ লগত মত বিনিময় কৰো দেখা যায়।

Recent News

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd