• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৬ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে শ্বিলঙত ‘নৰ্থ-ইষ্ট ফুড শ্ব’-২০১৯’

এন ই নাও নিউজ by এন ই নাও নিউজ
December 3, 2019 7:07 pm
Northesast-cuisine

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.5k
VIEWS
Share on FacebookShare on Twitter

মেক্সিকো, কোষ্টাৰিকা, জাপান, আৰ্জেণ্টিনা, চিলি, বাংলাদেশ আদি দেশৰ প্ৰদৰ্শনীৰে ডিচেম্বৰৰ ৬ তাৰিখৰ পৰা মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ’ব ‘নৰ্থ-ইষ্ট ফুড শ্ব-২০১৯’।

ভাৰতৰ লগতে বিদেশৰ বৃহৎ খাদ্য কোম্পানীৰ প্ৰায় ৩০০ অতিথিয়ে খাদ্য মেলাখনত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

বিশ্বৰ বৃহৎ খাদ্য উদ্ভাৱনকাৰী সেৱা এছ আই এ এলৰ সহযোগত মেঘালয় চৰকাৰে খাদ্য মেলাখন অনুষ্ঠিত কৰিছে।

‘‘নৰ্থ-ইষ্ট ফুড শ্ব’-২০১৯ত দেশ আৰু বিদেশৰ প্ৰায় তিনি শতাধিক অতিথিয়ে অংশগ্ৰহণ কৰিব,’’ মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই কয়।

‘‘অনুষ্ঠানটিক লৈ আমি অধীৰ আগ্ৰহেৰে ৰৈ আছো। খাদ্য মেলাখনে উত্তৰ-পূবৰ খাদ্য সংশাধন ক্ষেত্ৰখনৰ ৰেহ-ৰূপ সলনি কৰিব বুলি আশা কৰা হৈছে,’’ চাংমাই লগতে কয়।

খাদ্য মেলাখনত উত্তৰ-পূবৰ ব্যৱসায়ী, ৰান্ধনি, খেতিয়ক, উদ্ভাৱক আৰু চৰকাৰী বিষয়া সকলে অংশগ্ৰহণ খৰিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

আনহাতে, নৰ্থ-ইষ্ট ফুড শ্ব’-২০১৯ত বিশ্ব বিখ্যাত খাদ্য প্ৰস্তুতকাৰী প্ৰতিষ্ঠান পি পি এফ আই আৰু এফ আই এফ আই আদিৰ প্ৰতিনিধিসকেও অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে।

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd