• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাংবাদিকৰ বহিস্কৰণ উঠাই ল’বলৈ চীনক মিনতি আমেৰিকাৰ ৩ বাতৰি কাকতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2020 6:18 pm
american-papers-scaled-e1584501456344-696x392

প্ৰতিনিধিত্বমূল আলোকচিত্ৰ, সৌজন্য-ইন্টাৰনেট

5.3k
VIEWS
Share on FacebookShare on Twitter

বহুল প্ৰচাৰিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিখন বাতৰি কাকতে একেলগে চীনক আবেদন কৰিছে যে তেওঁলোকৰ বহিস্কৃত সাংবাদিকেইজনৰ বহিস্কৰণৰ সিদ্ধান্ত বাতিল কৰিব লাগে।

উল্লেখ্য যে আমেৰিকাৰ বহুল প্ৰচাৰিত বাতৰি কাকত দ্য নিউয়ৰ্ক টাইমছ, দ্য ৱাশ্বিংটন প’ষ্ট আৰু ৱালষ্ট্ৰীট জাৰ্ণেলৰ তিনিজন সাংবাদিকক চীন চৰকাৰে ক’ৰ’না ভাইৰাছৰ সন্দৰ্ভত চীন সম্পৰ্কে অযুক্তিৰভাৱে নিপীড়নমূলক বাতৰি পৰিৱেশন কৰাৰ বাবে চীনৰ পৰা বহিস্কাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

আমেৰিকাৰ সংবাদপত্ৰ তিনিখনে একত্ৰে প্ৰকাশ কৰা এখন পত্ৰত চীনক অনুৰোধ জনাই লিখিছে যে, ‘ক’ৰ’না ভাইৰাছৰ আতংকৰ সন্দৰ্ভত যিমান দূৰ সম্ভৱ সিমান নৈতিকতাপূৰ্ণ সঠিক, অন দ্য গ্ৰাউণ্ড সংবাদৰ লগতে ভাইৰাছবিধৰ সংহাৰীৰূপটো সঠিক তথ্য ওপৰত ভিত্তি কৰি বিশ্ববাসীৰ ওচৰত আমি সংবাদ পৰিৱেশন কৰি আহিছো।’

উক্ত পত্ৰখনত তিনিওখন সংবাদ পত্ৰৰ স্বত্বাধিকাৰী ক্ৰমে ৱাল ষ্ট্ৰীট জৰ্ণেলৰ ইউলিয়াম লেৱিছ, দ্য ৱাশ্বিংটন প’ষ্টৰ ফ্ৰেড ৰিয়ান আৰু দ্য নিউয়ৰ্ক টাইমছৰ এ জি চুল্জবাৰ্গাৰে একত্ৰে স্বাক্ষৰ কৰি চীনক এই আবেদন জনাইছে।

উল্লেখ্য ইতিমধ্যে চীনে ১৩ জনকৈ আমেৰিকাৰ সাংবাদিকক তেওঁলোকৰ ‘অযুক্তিকৰ উচতনিমূলক’ বাতৰি পৰিৱেশনৰ বাবে দেশখনৰ পৰা বহিস্কাৰ কৰিছিল।

অৱেশ্য চীনে এই সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।

Recent News

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd