• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুস্থ হৈ উঠি ডিমৌৰ আকাশত পুনৰ ডেউকা মেলিলে বিষক্ৰিয়াত আক্ৰান্ত ৩০টা শগুনে

উত্তম শইকীয়া by উত্তম শইকীয়া
April 9, 2019 4:11 pm
30 Vultures released after medical treatment in Assam's Demow

ডিমৌত মঙলবাৰে শগুণকেইটা মুকলি কৰি দিয়া অৱস্থাত। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুস্থ হৈয়ে শিৱসাগৰ জিলা ডিমৌৰ আকাশত মঙলবাৰে পুনৰ উৰা মাৰিলে বিষক্ৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৩০টা শগুন।

যোৱা ২৯ মাৰ্চত বিষক্ৰিয়াত আক্ৰান্ত হোৱা শগুনকেইটাক কাজিৰঙাৰ পাণবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হৈছিল৷ কেন্দ্ৰটোৰ চিকিৎসাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে অসুস্থ চৰাইকেইটাৰ।

গৰুৰ মৃতদেহ ভক্ষণ কৰি প্ৰায় অৰ্ধ শতাধিক শগুনৰ মৃত্যুৰ পিছত মুমুৰ্ষু অৱস্থাত ৩৪টা শগুন কেন্দ্ৰটোলৈ অনা হৈছিল। ইয়াৰে ১টাৰ কেন্দ্ৰলৈ আনি থকা সময়ত আৰু ২টা শগুনৰ কেন্দ্ৰটোত মৃত্যু হৈছিল।

১টা শগুন এতিয়াও সুস্থ নোহোৱাৰ বাবে ৩০টা শগুনহে ডিমৌত মুকলি কৰি দিয়া হৈছে৷ বিষক্ৰিয়াত আক্ৰান্ত শগুনকেইটা আছিল অতি বিৰল হিমালয়ান গ্ৰিফন প্ৰজাতিৰ।

শগুনকেইটাক এতিয়া পুনৰ ডিমৌৰ নিৰ্দিষ্ট বসতিস্থলতে মুকলি কৰি দিয়া হৈছে৷

শগুনকেইটা মুকলি কৰাৰ পিছত স্থানীয় পানীদিহিং কনিষ্ঠ মহাবিদ্যালয়ত এক বিশেষ সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকৰ উপৰিও অনুষ্ঠানটোত শিৱসাগৰৰ উপায়ুক্ত আৰু বন সংমণ্ডল প্ৰাধিকাৰীও উপস্থিত থাকে৷

শগুনকেইটা মুকলি কৰাৰ সময়ত শিৱসাগৰৰ উপায়ুক্ত এছ লক্ষ্মণন, বন সংমণ্ডল বিষয়া জয়শ্ৰী নাইডুংগে, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ৰথীন বৰ্মন আৰু পৰিচৰ্য্যা কেন্দ্ৰটোৰ পশু চিকিৎসক ডা৹ চামচুল আলী উপস্থিত থাকে৷

কাজিৰঙাস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰটো বনবিভাগ আৰু আগশাৰীৰ সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই পৰিচালনা কৰে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am
বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

September 14, 2025 10:21 am
প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

September 14, 2025 10:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd