• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2025 9:00 pm
৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে কোকৰাঝাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনসভা সম্বোধন কৰি বিটিআৰ প্রশাসন, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়।

তেঁও বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ বাওখুংৰী, দতমা, গোঁসাইগাঁও আৰু পৰ্বতঝোৰা সমষ্টিত ৰাজ্য চৰকাৰৰ বিকাশমুখী পাঁচখন আঁচনিৰ ফলপ্রসূ ৰূপায়ণৰ সন্দৰ্ভত বৈঠকত মিলিত হয়।

উল্লেখ্য যে, জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত অৰুণোদয় আঁচনিয়ে পূৰ্বতে ৬০ হাজাৰ গৰাকী হিতাধিকাৰীক সামৰি লৈছিল। মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় ৩.০ ৰ এনে হিতাধিকাৰীৰ সংখ্যা ১ লাখ ৪০ হাজাৰলৈ বৃদ্ধি পাব।

জনসাধাৰণৰ কল্যাণার্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অৰুণোদয় ৩.০, মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, এটি কলি দুটি পাত আঁচনি আৰু ৰেচন কাৰ্ড প্ৰদানৰ জৰিয়তে বিটিআৰৰ সকলো জনসাধাৰণ যাতে ফলপ্ৰসূ হ’ব পাৰে সেই বিষয়ে এই বৈঠকত গভীৰ ভাবে আলোচনা কৰে।

মুখ্যমন্ত্রীয়ে কয় যে আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত কোকৰাঝাৰ জিলাত প্রায় ৩ হাজাৰ যুৱক-যুৱতীয়ে ২ লাখ টকাকৈ লাভ কৰিব। এই বৈঠকতে এই আঁচনিৰ হিতাধিকাৰীৰ চূড়ান্ত তালিকাখনৰ সম্পৰ্কতো আলোচনা কৰা হয়।

মুখ্যমন্ত্রীয়ে জিলাখনত উদ্যমীসকলৰ বেংক সংযোগ বৃদ্ধিত গুৰুত্ব আৰোপ কৰে আৰু এই দিশত বিশেষ দৃষ্টি দিবলৈ জিলা আয়ুক্তক নির্দেশ দিয়ে। আঁচনিখনৰ ৰূপায়ণৰ উদ্দেশ্যে আধাৰ কাৰ্ড প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া, ডাটা আপলোডৰ কাম আদিৰ অগ্রগতিৰো মুখ্যমন্ত্রীয়ে খতিয়ান লয়।

তাৰোপৰি, মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিখনৰ জৰিয়তে ১.৫ লাখ মহিলা উপকৃত হ’ব পাৰিব। বৈঠকত এটি কলি দুটি পাত আঁচনিখনৰ সম্পৰ্কতো আলোচনা কৰা হয়। এই আঁচনিৰ অধীনত জিলাখনৰ ৭ হাজাৰ চাহ বাগিচাৰ শ্রমিকে ৫ হাজাৰ টকাকৈ লাভ কৰিব। বৈঠকত ৰেচন কার্ড প্রদানৰ বিষয়টোও আলোচনা কৰা হয়। কোকৰাঝাৰ জিলাৰ পাঁচটা সমষ্টিত নতুনকৈ ৬০ হাজাৰ লোকে ৰেচন কার্ড লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে ১৫ আগষ্টৰ ভিতৰত হিতাধিকাৰীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূর্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নির্দেশ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

August 27, 2025 7:30 am
এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

August 27, 2025 6:31 am
নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

August 27, 2025 7:30 am
এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

August 27, 2025 6:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd