• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’নাতংক; গুৱাহাটীৰ জামাতে ইছলামি হিন্দৰ কাৰ্যালয়ৰ পৰা ৭ জনক আটক লতাশিল আৰক্ষীৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 14, 2020 7:57 pm
index

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জামাতিকেইজন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সবত্ৰে ক’ৰ’না ভাইৰাছে ত্রাসৰ সৃষ্টি কৰিছে। আমেৰিকা, ইটালীৰ পিছত ভাৰততো শেহতীয়া ভাৱে ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

অসমতো ৩১ জন লোক আক্ৰান্ত হৈছে। তাৰ প্ৰায় ভাগে নিজামুদ্দিনৰ সৈতে সম্পৰ্কিত।

মঙলবাৰে গুৱাহাটীত আত্মগোপন কৰি থকা নিজামুদ্দিনৰ সৈতে সম্পৰ্কৃত সাতজন লোকক আটক কৰে লতাশিল আৰক্ষীয়ে।

হেদায়েৎপুৰৰ জামাতে ইছলামি হিন্দৰ কাৰ্যালয়ৰ পৰা গুৱাহাটীৰ এজন আৰু ত্ৰিপুৰাৰ ছয়জন লোকক আটক কৰে আৰক্ষীয়ে।

বাংগালৰু, চেন্নাই, কলকাতাৰ পৰা হাতত কোৱাৰেণ্টাইন ষ্টাম্প লৈ গুৱাহাটীলৈ অহা ত্ৰিপুৰাৰ যুৱক ক্ৰমে তাকুব আলী, মামুদ আলী, আনোৱাৰ আলী আৰু আব্দুল হুছেইনক গুৱাহাটীত সুৰক্ষা দিছিল ত্ৰিপুৰাৰে আব্দুল বাছিক আৰু জামাতেৰ ফৈয়জ আহমদ খানে। আটাইকেইজনকে লতাশিল থানাত সোধা–পোছা কৰি আছে আৰক্ষীয়ে।

অসমৰ আক্ৰান্তৰ প্ৰায় ভাগে নিজামুদ্দিনৰ সৈতে সম্পৰ্কৃত। তেনে সময়তে বহিঃৰাজ্যৰ পৰা হাতত কোৱাৰেণ্টাইন ষ্টাম্প লৈ অহা যুৱককেইজনে সংগোপনে গুৱাহাটীত বাহৰ পতি আছিল।

চিকিৎসকৰ দলে আটাইকেইজনকে প্ৰাথমিক চিকিৎসা কৰাৰ পিছতে আইনগত ব্যৱস্থা ল’ব প্ৰশাসনে।

Tags: COVID-19
দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুৰ্নীতি বিৰোধী প্ৰতিবাদৰ পাছত নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ পদত্যাগ!

দুৰ্নীতি বিৰোধী প্ৰতিবাদৰ পাছত নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ পদত্যাগ!

September 9, 2025 2:45 pm
অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

September 9, 2025 2:14 pm
জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

জনজাতীয় লোকক উচ্ছেদ কৰি জৈৱ বৈচিত্ৰ ধ্বংসেৰে কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অভিলাষী গ্ৰেট নিকোবৰ প্ৰকল্প

September 9, 2025 1:45 pm
ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ

ৰণক্ষেত্ৰত পৰিণত কাঠমাণ্ডু! প্ৰতিবাদত সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ৯ জন মন্ত্ৰীৰ পদত্যাগ

September 9, 2025 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্নীতি বিৰোধী প্ৰতিবাদৰ পাছত নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ পদত্যাগ!

দুৰ্নীতি বিৰোধী প্ৰতিবাদৰ পাছত নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ পদত্যাগ!

September 9, 2025 2:45 pm
অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

অসমত জন্মগ্ৰহণ কৰা অভিনেতা ৰাজদ্বীপ চৌধুৰীৰ ছবি ‘A Teacher’s Gift’ ট্ৰাইবেকা ফেষ্টিভেল লিছব’য়াৰ বাবে নিৰ্বাচিত

September 9, 2025 2:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd