• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিনেমাৰ কায়দাৰে ডকাইতি: পুলিচৰ ভেশত অহা দুৰ্বৃত্তই মহিলাৰ পৰা লুটিলে অলংকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2022 8:55 pm
Rob Posing As Police Officer
167
VIEWS
Share on FacebookShare on Twitter

চিনেমাত বিভিন্ন অভিনৱ কায়দাৰে ডকাইতি কৰা নিশ্চয় দেখিছে। এনে এক কায়দাৰেই চাৰি দুৰ্বৃত্তই এগৰাকী ৬০ বছৰীয়া মহিলাৰ পৰা লুটিলে ১.২ লাখ টকাৰ অলংকাৰ।

এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ থানে জিলাত। মুম্বাইৰ বাসিন্দা ভুক্তভোগী মহিলাগৰাকীয়ে নাছিক ঘাইপথৰ থানে অভিমুখে এখন অটোৰিক্সাত যাত্ৰা কৰিছিল।

হঠাতে বাইকত অহা চাৰিজন লোকে ডংৰালীত অটোৰিক্সাখন আটক কৰে। এখন পৰিচয় পত্ৰ দেখুৱাই নিজকে আৰক্ষী বুলি পৰিচয় দিয়ে তেওঁলোকে।

মহিলাগৰাকীয়ে উল্লেখ কৰা মতে আৰক্ষী বুলি চিনাকি দিয়া ব্যক্তি কেইজনে অটোৰিক্সাখন আগলৈ যোৱাৰ পূৰ্বে মহিলাগৰাকীক তেওঁৰ অলংকাৰবোৰ সুৰক্ষিতভাৱে বেগত ৰাখিবলৈ পৰামৰ্শ দিয়ে।

তেওঁলোকৰ কথামতেই মহিলাগৰাকীয়ে এটা বেগত অলংকাৰবোৰ সোমোৱাবলৈ মান্তি হয়। আৰক্ষীৰ ভেশত থকা ব্যক্তিকেইজনেই তেওঁৰ অলংকাৰবোৰ বেগত ভৰাই দিয়াত সহায় কৰে।

মহিলাগৰাকীক বেগটো উভতাই দি সেই স্থানৰ পৰা উধাও হয় ব্যক্তিকেইজন। কিন্তু পিছত যেতিয়া মহিলাগৰাকীয়ে বেগটো খুলি চায়, বেগৰ ভিতৰত কোনো অলংকাৰ নেদেখি বিবুধিত পৰে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপি ভুক্তভোগী মহিলাগৰাকীয়ে এখন এজাহাৰ দাখিল কৰিছে।

আইপিচিৰ ধাৰা ৪২০ আৰু ১৭০ ৰ অধীনত অচনাক্ত ব্যক্তিকেইজনৰ বিৰুদ্ধে এটা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু তদন্ত চলি আছে বুলি স্থানীয় আৰক্ষী বিষয়া এগৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd