• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৌ হস্তী-মানৱৰ সংঘাত : গোৱালপাৰাত মৃত্যু ৪৭ বছৰীয়া ব্যক্তিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2025 5:31 pm
186
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত হ্ৰাস পোৱা নাই হাতী-মানুহৰ সংঘাত। বনাঞ্চল কমি অহাৰ লগে লগে জনাঞ্চলত হাতীয়ে কৰিছে সঘন বিচৰণ।

শুকুৰবাৰে নিশা গোৱালপাৰা জইলাৰ মৰনৈ থানা এলেকা অন্তৰ্গত লালাবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে মণ্টু ৰাভা নামৰ এজন ৪৭ বছৰীয়া ব্যক্তিয়ে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, খাদ্যৰ সন্ধানত গাঁওখনত প্ৰৱেশ কৰা দুটা বনৰীয়া হাতীয়ে ৰাভাৰ ঘৰত আক্ৰমণ কৰে।

প্ৰাণ ৰক্ষাৰ বাবে পলায়ন কৰিবলৈ চেষ্টা কৰি থাকোঁতে হাতীৰ আক্ৰমণত ৰাভাৰ থিতাতে মৃত্যু হয়।

এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উল্লেখ্য যে চৰকাৰী কৰ্তৃপক্ষই এতিয়াও ভুক্তভোগীৰ পৰিয়ালৰ কোনো ক্ষতিপূৰণৰ কথা ঘোষণা কৰা নাই।

Recent News

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd