• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাভাইৰাছৰ আতংকৰ মাজতে অসমৰ বাবে ভাল খবৰ হিমন্ত বিশ্ব শৰ্মাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 10, 2020 5:31 pm
5.7k
VIEWS
Share on FacebookShare on Twitter

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ’নাইৰাছৰ আতংকৰ মাজতে শুকুৰবাৰে দিছে ৰাজ্যৰ বাবে এইসময়ৰ এটা ভাল খবৰ।

অসমৰ মুঠ পাঁচগৰাকী ক’ভিড-১৯ পজিটিভ ৰোগীৰ নমুনা পৰীক্ষাত নিগেটিভ আহিছে।

গুৱাহাটীত চিকিৎসাধীন দুগৰাকী আৰু গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা তিনিগৰাকী ৰোগীৰ নমুনা পৰীক্ষাত নিগেটিভ আহিছে।

কিন্তু ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি এই আৰোগ্য হৈ উঠা ৰোগীসকলক ভৰ্তি কৰোৱা দিনৰ পৰা ১৪দিনলৈকে চিকিৎসালয়ত ৰাখিব লাগিব।

স্বাস্থ্য মন্ত্ৰী শৰ্মাই সদৰী কৰা মতে গুৱাহাটীৰ এগৰাকী ৰোগীৰ যোৱা ৮, ৯ এপ্ৰিলত কৰা পৰীক্ষাত নিগেটিভ দেখুৱাইছে।

বুকুৰ এক্সৰে আৰু তেজ পৰীক্ষাত তেওঁৰ শৰীৰত ভাইৰাছৰ সংক্ৰমণ নাইকিয়া হৈ গৈছে বুলি দেখুৱাইছে।

কিন্তু তেওঁক ভৰ্তি কৰোৱা দিনৰ পৰা ১৪ দিন পৰ্যন্ত চিকিৎসালয়ত ৰখা হ’ব।

স্বাস্থ্য মন্ত্ৰীয়ে লগতে কয় যে অসমত চিকিৎসাধীন আন ৰোগীসকলৰো অৱস্থা বৰ্তমান ভাল।

অসমত এতিয়ালৈকে ২৯জন ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে। হাইলাকান্দিৰ এজন আক্ৰান্ত মৃত্যুমুখত পৰিছে।

Tags: COVID-19

Recent News

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

প্ৰাত:ভ্ৰমণৰ সময়তে খোদ ৰাজধানী দিল্লীত মহিলা সাংসদৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে!

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূমি দখল কৰাৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছ জয়ী হ’লে তদন্তৰ প্ৰতিশ্ৰুতি

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

এটা যুগৰ অৱসান, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ দেহাৱসান

গুৱাহাটীৰ দম্পতীক লখিমপুৰত অবৈধভাৱে বিক্ৰী কৰা নৱজাতকক উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে   

গুৱাহাটীৰ দম্পতীক লখিমপুৰত অবৈধভাৱে বিক্ৰী কৰা নৱজাতকক উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd