• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্ব গঁড় দিৱসৰ দিনাই ৰায়মোনাত ৫৭ জন চোৰাং চিকাৰীৰ আত্মসমৰ্পন, জমা দিলে ৪০ টা বন্দুক

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ by ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
September 22, 2021 6:53 pm
240
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ ৰাইমোনাত আজি বিশ্ব গঁড় দিৱসৰ দিনা ৫৭ গৰাকী চোৰাং চিকাৰীয়ে আত্মসমৰ্পণ কৰাৰ লগতে অস্ত্ৰ সম্বৰণকৰে ৷

ৰাইমোনা ৰাজহুৱা প্ৰেক্ষাগৃহ প্ৰাঙ্গণত ৰাইমোনা গোল্ডেন লেংগুৰ ইকো-টুৰিজম চছাইটিৰ(আৰ জি ই এছ) উদ্যোগত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচি প্ৰধান প্ৰমোদ বড়ো ৷

উল্লেখ্য যে কচুগাঁও বনাঞ্চলক ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানৰ আন্ত:গাথনি উন্নয়নৰ লগতে সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে ৷

তেনে ক্ষেত্ৰত ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত দীৰ্ঘ দিনৰ পৰা জীৱ জন্তু চিকাৰ কৰি জীবিকা নিৰ্বাহ কৰা চিকাৰী সকলক মূল সূঁতিলৈ অনাৰ যত্ন কৰা হৈছে ৷

ৰাষ্ট্ৰীয় উদ্যানৰ স্বাৰ্থত বিটিচি চৰকাৰ তথা আৰ জি ই এছৰ আহ্বান মৰ্মে আজি ৫৭ গৰাকী চোৰাং চিকাৰীয়ে আত্মসমৰ্পণ কৰাৰ লগতে তেওঁলোকৰ লগত থকা অস্ত্ৰ সমপৰ্ণ কৰে ৷

চোৰাং চিকাৰী সকলে ৪০ টা বন্দুক,গুলি,বাৰুদ অৰ্পণ কৰাৰ লগতে হৰিণাৰ শিং আৰু হাতীৰ দাঁত অৰ্পণ কৰে ৷

বিটিচি প্ৰধান গৰাকীয়ে কয় যে বিটিচিৰ চৰকাৰৰ আহ্বান মৰ্মে চোৰাং চিকাৰী সকল মূল সূতিলৈ আহিছে ৷

চোৰাং চিকাৰীৰ এই পদক্ষেপক বিটিচি চৰকাৰে আদৰণি জনাইছে ৷ চোৰাং চিকাৰী সকলক সংস্থাপনৰ ক্ষেত্ৰত প্ৰাথমিক ভাবে ৫০ হেজাৰকৈ টকাৰ চেক প্ৰদান কৰা হয়।

পৰৱৰ্তী সময়ত সকলোকে স্থায়ী সংস্থাপনৰ ব্যবস্থা কৰা হব বুলি বিটিচি প্ৰধান গৰাকীয়ে প্ৰকাশ কৰে ৷

Recent News

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd