• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শোকাৱহ! পথৰ পৰা নৈত বাগৰি পৰিল বাছ, প্ৰাণ হেৰুৱালে ৬জনকৈ যাত্ৰীয়ে, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2021 8:09 pm
501
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে জম্মু-কাশ্মীৰৰ ড’ডা (Doda) জিলাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা।

এখন মিনি বাছে পথচ্যুত হৈ কালনাই নামৰ এখন খৰস্ৰোতা নৈত বাগৰি পৰে আৰু ৬জনকৈ যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে ৩জন যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে।

দুৰ্ঘটনাটোৰ পাছতে উদ্ধাৰকাৰ্যৰ বাবে ভাৰতীয় বায়ু সেনাই ঘটনাস্থলীত উপস্থিত হয়।

ড’ডা জিলাৰ মাচিপাল কাহাৰা পথত দুৰ্ঘটনাটো সংঘটিত হৈছে।

মিনিবাছখনৰ চালকে এটা কেঁকুৰিত নিয়ন্ত্ৰণ ক্ষমতা হেৰুৱাই পেলোৱাৰ ফলতে দুৰ্ঘটনাত পতিত হ’ল বুলি কোৱা হৈছে।

Recent News

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

ঘাইপথত হঠাৎ ব্ৰেক লগোৱাটো চালকৰ গাফিলতি হিচাপে গণ্য কৰা হ’বঃ উচ্চতম ন্যায়ালয়

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd