• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেপালত ভয়ংকৰ ভূমিকঁম্প :: ৬ জন নিহত

ভূমিকম্প নিৰীক্ষণ সংস্থা নেশ্যনেল ছিছম’লজিকেল চেণ্টাৰে জনোৱা মতে, বুধবাৰে পুৱা  ২:১২ বজাত ভূমিকম্পটো সংঘটিত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৬।

নৰ্থ ইষ্ট নাও, ইন্টাৰনেশ্যনেল ডেস্ক by নৰ্থ ইষ্ট নাও, ইন্টাৰনেশ্যনেল ডেস্ক
November 9, 2022 11:22 am
154
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে পুৱতি নিশা নেপালত এক ভয়ানক ভূমিকঁম্পত কেইবাজনো লোকৰ মৃত্যু হয়। জানিব পৰা মতে এতিয়ালৈকে ভূমিকঁম্পত নিহত ব্যক্তিৰ সংখ্যা ৬ জন। আনহাতে ৫ জনকৈ লোক গুৰুত্বৰ ভাবে আহত হোৱা বুলি জানিবলৈ পোৱা গৈছে।

ভূমিকম্প নিৰীক্ষণ সংস্থা নেশ্যনেল ছিছম’লজিকেল চেণ্টাৰে জনোৱা মতে, বুধবাৰে পুৱা  ২:১২ বজাত ভূমিকম্পটো সংঘটিত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৬। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল খাপ্তদ ৰাষ্ট্ৰীয় উদ্যান।

ডোটি জিলা আৰক্ষীৰ ভাৰপ্ৰাপ্ত মুৰব্বী ভোলা ভট্টাই জানিবলৈ দিয়া মতে, নিহত ছয়জনৰ ভিতৰত চাৰিজন শিশু। ইয়াৰ ভিতৰত আছে এজন ৮ বছৰীয়া ল’ৰা আৰু দুগৰাকী ১৩ বছৰীয়া আৰু ১৪ বছৰীয়া ছোৱালী। আনহাতে মৃত্যু হোৱা আন দুজনৰ ভিতৰত আছে এগৰাকী ৪০ বছৰীয়া মহিলা আৰু এজন ৫০ বছৰীয়া পুৰুষ।

নেপালৰ বাহিৰেও ভাৰতৰ ৰাজধানী নতুন দিল্লীকে ধৰি দেশৰ কিছু অঞ্চলত ভূমিকঁম্পৰ অনুভূত হৈছিল বুলি জানিব পৰা গৈছে।

Recent News

অপাৰেচন সিন্দুৰৰ সফলতা উদযাপনৰ সময়তে যুদ্ধাস্ত্ৰ যোগানক লৈ উদ্বেগ বায়ুসেনাৰ মুৰব্বীৰ

অপাৰেচন সিন্দুৰৰ সফলতা উদযাপনৰ সময়তে যুদ্ধাস্ত্ৰ যোগানক লৈ উদ্বেগ বায়ুসেনাৰ মুৰব্বীৰ

পঞ্জাবক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে আইপিএলৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

পঞ্জাবক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে আইপিএলৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

সৰ্বসাধাৰণৰ হাতত মাৰণাস্ত্ৰ তুলি দিব বিচৰা সিদ্ধান্তক শান্তি আৰু ঐক্যৰ স্বাৰ্থত প্ৰত্যাহাৰৰ দাবী আপৰ

সৰ্বসাধাৰণৰ হাতত মাৰণাস্ত্ৰ তুলি দিব বিচৰা সিদ্ধান্তক শান্তি আৰু ঐক্যৰ স্বাৰ্থত প্ৰত্যাহাৰৰ দাবী আপৰ

বাংলাদেশত আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰাটো নিতান্তই প্ৰয়োজনীয়ঃ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালৰ মন্তব্য

বাংলাদেশত আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰাটো নিতান্তই প্ৰয়োজনীয়ঃ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd