• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৭০ বছৰীয়া ব্যক্তিয়ে বিয়া কৰাব বিচাৰে পি ভি সিন্ধুক; বিয়া নিদিলে পলুৱাই নিয়াৰ ভাবুকি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2019 7:28 pm
PV Sindhu

পি ভি সিন্ধু। উৎস-ইণ্টাৰনেট

3.6k
VIEWS
Share on FacebookShare on Twitter

তামিলনাডুৰ ৰামানাথাপুৰম জিলাৰ মালায়স্বামী নামৰ এজন ৭০ বছৰীয়া লোকে বিয়া কৰাব বিচাৰিছে ভাৰতীয় বেডবিণ্টন তাৰকা পি ভি সিন্ধুক।

পি ভি সিন্ধুক বিয়া কৰাবৰ বাবে আনকি ৭০ বছৰীয়া লোকগৰাকীয়ে জিলা উপায়ুক্তৰ হাতত এখন আবেদনো দাখিল কৰিছে।

আবেদনখনত মালায়স্বামীয়ে ২৪ বছৰীয়া তাৰকা বেডমিণ্টন খেলুৱৈগৰাকীক বিয়া কৰাৰ বিচাৰে বুলি স্পষ্ট ভাষাৰে উল্লেখ কৰিছে।

PV-Sindu
সিন্ধুক বিয়া কৰাব বিচৰা ব্যক্তিগৰাকী

আনহাতে, যদিহে পি ভি সিন্ধুৰ সৈতে বিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে তেওঁ সিন্ধুক পলুৱাই লৈ যাব বুলিও কয়।

ৰামানাথাপুৰম জিলাৰ উপায়ুক্তই প্ৰতি সপ্তাহত স্থানীয় নাগৰিকৰ সৈতে অনুষ্ঠিত কৰা বৈঠকৰ সময়তে ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

বৈঠকৰ সময়ত মালায়স্বামীয়ে জিলা উপায়ুক্তগৰাকীৰ ওচৰলৈ নিজৰ আৰু সিন্ধুৰ ফটো সংলগ্ন এখন পত্ৰ লৈ যায় আৰু তেওঁ সিন্ধুৰ সৈতে বিয়াত বহিব বিচাৰে বুলি উল্লেখ কৰে।

তদুপৰি, মালায়স্বামীয়ে নিজকে ১৬ বছৰীয়া বুলি উল্লেখ কৰি তেওঁৰ জন্ম ২০০৪ চনত হোৱা বুলি কোৱাৰ লগতে তেওঁ সিন্ধুৰ ক্ৰীড়া জগতত উন্নতিত আকৰ্ষিত হৈ সিন্ধুক জীৱন সংগী কৰিব বিচাৰে বুলি উল্লেখ কৰে।

সিন্ধুক বিয়া কৰাব বিচৰা ৭০ বছৰীয়া লোক গৰাকীৰ বাতৰিটো সম্প্ৰতি ছ’চিয়েল মিডিয়া যোগে ভাইৰেল হৈ পৰিছে।

উল্লেখযোগ্য যে, কিছুদিন আগতে পি ভি সিন্ধুৱে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত সোণৰ পদক দখল কৰিছিল।

বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক দখল কৰাৰ পাছতে অলিম্পিকত ৰূপৰ পদক বিজয়ী খেলুৱৈ গৰাকীৰ প্ৰতি দেশত শিশুৰ পৰা বৃদ্ধলৈ মৰম বৃদ্ধি পাইছে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd