• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’না পৰিস্থিতিৰ মাজতে কৰ্মহীনতাৰ ভয়ংকৰ ছবি; এপ্ৰিলত কাম হেৰুৱাইছে ৭৫লাখ ভাৰতীয়ই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2021 3:54 pm
unemployment in covid in India

ফটো সৌজন্য: ব্লুমবাৰ্গ।

294
VIEWS
Share on FacebookShare on Twitter

অসুস্থ দেশ। ইয়াৰ মাজতে জীৱন আৰু জীৱিকালৈ নামি আহিছে ভয়ংকৰ বিপদ। চেন্টাৰ ফ’ৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি-ৰ প্ৰতিবেদন অনুসৰি যোৱা মাৰ্চৰ তুলনাত দেশত মুঠ বেতনভোগী কৰ্মচাৰীৰ সংখ্যা বহুখিনি হ্ৰাস পাইছে।

এপ্ৰিল মাহত কোভিড-১৯ৰ বাবে ৭৫লাখ লোকে কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে।

জানুৱাৰী মাহৰ পৰাই ক্ৰমে হ্ৰাস পাইছে এই গ্ৰাফ। ইয়াৰ বিপৰীতে কৰ’নাৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে। স্বাভাৱিকতে কৰ’নাৰ সংহাৰৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হোৱাৰ বাবে কৰ্মৰ সুযোগো হ্ৰাস পাইছে।

বিশেষজ্ঞসকলৰ মতে যোৱা বছৰৰ শেহৰ পিনে কৰ’না অলপ স্তিমিত হৈছিল। লাহে লাহে ব্যৱসায় বাণিজ্যকে ধৰি কল-কাৰখানাসমূহ ঠন ধৰি উঠিবলৈ আৰম্ভ কৰিছিল। দীঘলীয়া লকডাউনৰ শংকা দূৰ কৰি স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিছিল কৰ্মসংস্থাপনৰ বজাৰখন।

কিন্তু নতুন বছৰ আৰম্ভ হোৱাৰ দুমাহ পাছতেই কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৱে পুনৰ সন্ত্ৰাসৰ সৃষ্টি কৰিলে। আৰম্ভ হ’ল পুনৰ কৰ্মহীনতাৰ নতুন জোকাৰণি। দেশৰ বিভিন্ন প্ৰান্তত আংশিক বা সম্পূৰ্ণ লকডাউনৰ বাবে কামৰ পৰা অব্যাহতি দিয়া বহুতেই ঘৰলৈ উভতিবলগীয়া হৈছে।

কৰ’না পৰিস্থিতিৰ মাজত নতুনকৈ চাকৰি লাভ নকৰা নিবনুৱাৰ সংখ্যাও বহু বৃদ্ধি পাইছে।

যোৱা মাৰ্চত কৰ্মসংস্থাপনৰ হাৰ আছিল ৩৭.৫৬শতাংশ। এপ্ৰিলত সেয়া ৩৬.৭৯শতাংশলৈ হ্ৰাস পাইছে। বিগত চাৰিমাহত এয়াই সৰ্বনিম্ন।

বিগত চাৰি মাহৰ ভিতৰত কৰ্মহীনতা আটাইতকৈ বেছি হৈছে এপ্ৰিল মাহত। বিশেষজ্ঞ অৰ্থনীতিবিদসকলে ইয়াকে লৈ গভীৰ চিন্তা ব্যক্ত কৰিছে।

Recent News

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd