• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুস্থ হৈ উঠা কৰ’না ৰোগীৰ চকুত থাকি যাব পাৰে বীজাণু; গৱেষণাত নতুন তথ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2020 10:32 am
Macro of conjunctivitis red eye.

প্ৰতিনিধিত্বমূলক ফটো

47.3k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাৰ বীজাণু চকুতো থাকি যাৱ পাৰে আৰু চকুৰ পৰাও ঘটিব পাৰে সংক্ৰমণ। সুস্থ হৈ উঠা কৰ’না আক্ৰান্ত ৰোগীৰ চকুৰ ভিতৰত কৰ’নাৰ বীজাণু লুকাই থাকিব পাৰে।

এনে দাবী কৰিছে একাংশ চিকিৎসকে। শেহতীয়াকৈ ইটালীৰ পৰা প্ৰকাশিত এখন অনলাইন মেডিকেল জাৰ্ণেলত সদৰী কৰা হৈছে এই তথ্য।

চকুত থাকি যোৱা বীজাণুৰ পৰা কংজাইটিভাইটিছ দেখা দিব পাৰে।

প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, ইটালীৰ প্ৰথমগৰাকী কৰ’না আক্ৰান্ত ৰোগীৰ চকুত মাৰাত্মক ভাইৰাছে বাহ বান্ধিছিল।

চীনৰ উহান চহৰৰ পৰা উভতি আহিছিল ৬৫বছৰীয়া মহিলাগৰাকী। উহানৰ পৰা উভতি অহাৰ পাঁচদিনৰ পাছত তেওঁৰ দেহত বিভিন্ন লক্ষণ ধৰা দিছিল।

হাস্পাতলত ভৰ্তি কৰোৱাৰ পাছত প্ৰথম অৱস্থাত তেওঁ শুকান কাহ, ডিঙিৰ বিষ তথা নাকত অসহ্য পোৰণি অনুভৱ কৰিছিল। তদুপৰি, তেওঁৰ চকুত কংজাইটিভাইটিছৰ লক্ষণো দেখা গৈছিল।

হাস্পাতলত তেওঁৰ স্বাৱ পৰীক্ষা কৰাৰ পাছতে কৰ’নাত আক্ৰান্ত হোৱাটো ধৰা পৰে। হাস্পাতলত থকা সময়ছোৱাত মহিলাগৰাকীৰ চকুৰ পৰা একেৰাহে পানী ওলাইছিল।

ইটালীৰ নেশ্যনেল ইনষ্টিটিউট ফৰ ইনফেকশ্য’ৱাছ ডিজিজ’ৰ গৱেষকে জানিবলৈ দিয়া মতে কৰ’না আক্ৰান্ত কোনো ৰোগী সুস্থ হৈ উঠাৰ ২১ দিনৰ পাছতো তেওঁৰ চকুত ইয়াৰ বীজাণু থাকিব  পাৰে। তদুপৰি, চকুৰ পৰাই সংক্ৰমণ ঘটাবও পাৰে।

ইটালীৰ এই আক্ৰান্ত মহিলাগৰাকী সুস্থ হৈ উঠাৰ ২৭দিন পাছতো চকুত কৰ’নাৰ উপস্থিতি ধৰা পৰিছিল।

চকুৰ পানীৰেও মাৰাত্মক এই ভাইৰাছৰ সংক্ৰমণ ঘটিব পাৰে আৰু সেয়েহে চিকিৎসকসকলে বাৰে বাৰে চকু-নাক-মুখ স্পৰ্শ কৰিবলৈ মানা কৰি আহিছে।

Tags: COVID-19

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd