• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিয়াৰ প্ৰতিশ্ৰুতিৰে সহবাস কৰিলে সকলো সময়তে সেয়া ধৰ্ষণ নহয়; ক’লে আদালতে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2020 8:29 am
couple1-1580272584

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে এটা গোচৰৰ ৰায় প্ৰদান কৰি দিল্লী উচ্চ ন্যায়ালয়ে কয় যে বিয়াৰ প্ৰতিশ্ৰুতি দি সহবাসৰ অৰ্থ সকলো সময়তে ধৰ্ষণ নহয়।

কোনো মহিলাই যদি নিজৰ ইচ্ছানুসৰি দিনৰ পাছত দিন সহবাস কৰে আৰু তাৰপাছত যদি পুৰুষগৰাকীয়ে বিয়াৰ প্ৰতিশ্ৰুতি পালন নকৰে তেতিয়াহ’লে সেই ঘটনাক ধৰ্ষণ বুলি গণ্য কৰা নহ’ব।

Apply Now

অৱশ্যে, এইক্ষেত্ৰত এক বিশেষ চৰ্তৰ কথাও কৈছে ন্যায়াধীশে।

উচ্চ ন্যায়ালয়খনে এক ধৰ্ষণৰ গোচৰৰ ৰায় প্ৰদান কৰি এইদৰে কয়। মহিলা এগৰাকীয়ে নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত অবিযোগ কৰে যে বিয়াৰ প্ৰতিশ্ৰুতি দি এগৰাকী ব্যক্তিয়ে দিনৰ পাছত দিন তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে।

পাছত ব্যক্তিগৰাকীয়ে মহিলাগৰাকীক বিয়া কৰাবলৈ অস্বীকাৰ কৰে। সেয়ে, উক্ত ব্যক্তিগৰাকীৰ বিৰুদ্ধে বিয়াৰ প্ৰতিশ্ৰুতি দি ধৰ্ষণৰ গোচৰ তৰে মহিলাগৰাকীয়ে।

উক্ত গোচৰৰ ৰায় প্ৰদান কৰি ন্যায়াধীশ বিভু ভাক্ৰুৱে কয় যে সকলোক্ষেত্ৰতে বিয়াৰ প্ৰতিশ্ৰুতি দি কৰা সহবাসক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি। দীৰ্ঘদিন ধৰি কোনো মহিলাৰ সহমতত শাৰীৰিক সম্পৰ্ক ধৰ্ষণ নহয়।

আদালতে কয় যে বিয়াৰমিছা প্ৰতিশ্ৰুতি দি কৰা যৌন সম্পৰ্কক তেতিয়াই ধৰ্ষণ বুলি গণ্য কৰা হ’ব যেতিয়া কোনোৱে সাময়িক যৌন কামনাৰ বলি হয়। ব্যাখ্যা দাঙি ধৰি আদালতে কয় যে ইচ্ছাৰ বিৰুদ্ধে গৈ বিয়াৰ প্ৰতিশ্ৰুতি দি কোনোৱে সহবাস কৰিলে তেতিয়া সেই ঘটনাক ধৰ্ষণ হিচাপে গণ্য কৰা হ’ব পাৰে।

এই ঘটনাটোত দেখা গৈছে যে ২০০৮চনৰ পৰাই মহিলাগৰাকী আৰু সেই ব্যক্তিৰ মাজত শাৰীৰিক সম্পৰ্ক আছে। ইয়াৰ পাছত মহিলাগৰাকীক বিয়াৰ প্ৰস্তাৱ দিয়ে। তাৰ পাছতো দুয়োজনৰ মাজত ঘনিষ্ঠতা হৈছে। সেয়ে, এই অভিযোগক ধৰ্ষণৰ আওতালৈ আনিব নোৱাৰি বুলি স্পষ্ট কৰি দিয়ে আদালতে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd