• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিবাহিত মহিলাসকলৰ জীৱনৰ ৬ টা ডাঙৰ যন্ত্ৰণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2023 7:22 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৰুষ আৰু মহিলাসকলৰ জীৱন আৰু চিন্তাধাৰাৰ যথেষ্ট পাৰ্থক্য আছে। তাতোকৈ পাৰ্থাক্য আছে বিবাহিত আৰু অবিবাহিত সকলৰ জীৱনশৈলী আৰু চিন্তাধাৰাৰ মাজত।

কিয়নো বিয়াৰ পিছতেই নাৰী-পুৰুষ উভয়ৰে জীৱনলৈ বিৰাট পৰিৱৰ্তন আহে। সময় আৰু পৰিস্থিতৰ লগত খাপ খুৱাই চলিবলৈ আৰু বৈবাহিক জীৱনত সুখী হৈ থাকিবলৈ দুয়ো যথেষ্ট ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি নিজকে সলনি কৰিবলগীয়া হয়।

Apply Now

আমাৰ ৰক্ষণশীল আৰু পুৰুষতান্ত্ৰিক সমাজত মহিলাসকলে প্ৰায়ে বিয়াৰ পিছত সৰু-বৰ বিভিন্ন ত্যাগ আৰু যন্ত্ৰণাৰ মাজেৰে জীৱন যাপন কৰে। সকলো মহিলাই এই সমূহ যন্ত্ৰণা লাভ নকৰে যদিও প্ৰায় সকল মহিলাই এনে যন্ত্ৰণাৰ সহ্য কৰিব লগীয়া হয়। সেয়ে, এই ক্ষেত্ৰত স্বামীৰ পৰিয়াল আৰু স্বামী সকলে গুৰুত্ব দিয়া উচিত যাতে মহিলাসকল বৈবাহিক জীৱনত এনে দুখ কষ্টৰ পৰা আঁতৰি থাকিব পাৰে।

আহকচোন জানো, মহিলাসকলে বৈবাহিক জীৱনত লাভ কৰা ৬ টা বিশেষ যন্ত্ৰণাৰ বিষয়ে

১) বিবাহৰ কেইবছৰমানৰ পাছত বহু স্বামীয়ে পত্নীৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলায়। কেতিয়াবা প্ৰেমৰ অভাৱ, কেতিয়াবা কেৱল ব্যস্ততাপূৰ্ণ জীৱন । আনহাতে, দিন বাঢ়ি অহাৰ লগে লগে পত্নীৰ মনোযোগ লাভৰ হেঁপাহ বাঢ়ি যায়। যিকোনো বিবাহিতা মহিলাই জীৱনৰ কোনোবা এটা সময়ত স্বামীৰ গাফিলতিত বেদনা অনুভৱ কৰিবলগীয়া হয়।

২) বিবাহিতা মহিলাৰ জীৱনত শাহুৱেক এটা খুব ডাঙৰ বিষয়। বেছিভাগ ক্ষেত্ৰতে শাহুৱেকৰ বাবে বিবাহিত মহিলাসকলে বিভিন্ন মানসিক আৰু পাৰিবাৰিক সমস্যাত ভুগিবলগীয়া হয় ।

৩) পৃথিৱীত এনে পুৰুষ খুবেই কম, যিয়ে আন নাৰীক চোৱা নাই বা আনৰ প্ৰতি আকৰ্ষিত হৈ পোৱা নাই। বিয়াৰ পিছত কেতিয়াবা স্বামীৰ জীৱনলৈ অন্য মহিলাৰ আগমনৰ লগে লগে পত্নীসকলে কষ্ট পাব লগা হয়। 

৪) বিয়াৰ পিছত পুৰুষৰ জীৱনৰ পৰিৱৰ্তনতকৈ নাৰীৰ জীৱনৰ বহু বেছি পৰিবৰ্তন হয়। এগৰাকী নাৰীয়ে নিসংগতা আৰু হতাশাত ভুগিবলৈ আৰম্ভ কৰে যেতিয়া তেওঁ অকলেই পৰিয়ালৰ সকলো দায়িত্ব পালন কৰিবলগীয়া হয়। 

৫) পিতৃ-মাতৃ আৰু পৰিয়াল এৰি সম্পূৰ্ণ নতুন পৰিয়াল এটাৰ লগত খাপ খুৱাই লোৱাটো কিমান কঠিন সেয়া বিয়াৰ পিছতহে ছোৱালীয়ে বুজি পায়। 

৬) বিবাহিত জীৱনত যিমানেই সুখী নহওক কিয়, কেতিয়াবা কোনোবা মুহূৰ্তত মহিলাগৰাকীৰ মনটো দুখবোধ আৰু কিবা এটা হেৰুৱাই পেলোৱাৰ বেদনাই ছানি ধৰে। দায়িত্ববিহীন আনন্দময় জীৱন, সকলো কাম নিজৰ ইচ্ছামতে কৰাৰ স্বাধীনতা, নিজৰ উজ্জ্বল যৌৱন হেৰুৱাই পেলোৱাৰ যন্ত্ৰণা বিবাহিত মহিলাসকলৰ এটা ডাঙৰ কাৰুণ্য।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd