• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ত লাগিল জগৰ? ভাৰত, চীন, ৰাছিয়া, ব্ৰাজিলৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপৰ হুংকাৰ ট্ৰাম্পৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2024 11:41 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ড’নাল্ড ট্ৰাম্পে ব্ৰিকছ দেশসমূহক পোনপটীয়াকৈ ভাবুকি দিছে। আন্তঃৰাষ্ট্ৰীয় লেনদেনত তেওঁলোকে আমেৰিকান ডলাৰক আঁতৰাবলৈ চেষ্টা কৰিলে ১০০ শতাংশ শুল্ক আৰোপ কৰিব বুলি সকীয়াই দিছে। ভাৰত, ৰাছিয়া, চীন আৰু ব্ৰাজিলক এই বাৰ্তা দিছে ড’নাল্ড ট্ৰাম্পে।

শনিবাৰে ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত এই সম্পৰ্কীয় এটা পোষ্ট কৰে। তাত তেওঁ আন্তঃৰাষ্ট্ৰীয় লেনদেনত বিকল্প মুদ্ৰাৰ প্ৰৱৰ্তনৰ চেষ্টাৰ পৰিণতিৰ বিষয়ে সকীয়াই দিয়ে।

Apply Now

২০০৯ চনত আন্তঃৰাষ্ট্ৰীয় মঞ্চত ব্ৰিকছে আত্মপ্ৰকাশ কৰে। আমেৰিকা নথকা আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহৰ ভিতৰত ই অন্যতম। ভাৰত, চীন, ৰাছিয়া, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা এই গোটৰ সদস্য। পিছলৈ ইৰাণ, ইজিপ্ত, ইথিওপিয়া আৰু সংযুক্ত আৰব আমিৰশ্বাহীয়ে ইয়াৰ লগত যোগদান কৰে।

২০২৩ চনত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত বিকল্প মুদ্ৰাৰ বিষয়টো আলোচনা কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ বাবে আমেৰিকান ডলাৰ ব্যৱহাৰ কৰা হয়। ইয়াৰে বিকল্প লোৱাৰ প্ৰস্তাৱ সেই মঞ্চত উঠিছিল। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাই প্ৰথমে এই প্ৰস্তাৱ আগবঢ়াইছিল। চীন, ৰাছিয়াইও ইয়াক সমৰ্থন কৰে।

নন-ডলাৰ লেনদেন কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কে আলোচনা চলিছিল। ইয়াৰ পিছত বেইজিং আৰু মস্কোৱে বাৰে বাৰে ডলাৰৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ কথা কৈ আহিছে। এই বিষয়টোতে ট্ৰাম্পে শনিবাৰে প্ৰতিক্ৰিয়া দেখুৱাইছে।

ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে, “ব্ৰিকছৰ দেশসমূহে ডলাৰৰ পৰা আঁতৰি আহিব বিচাৰে। এই দেশসমূহে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে তেওঁলোকে আমেৰিকান ডলাৰৰ ঠাইত নতুন ব্ৰিকছ মুদ্ৰা প্ৰৱৰ্তন নকৰে বা আন কোনো মুদ্ৰাক সমৰ্থন নকৰে। যদি তেওঁলোকে কৰে তেন্তে ১০০ শতাংশ শুল্ক আৰোপ কৰা হ’ব।”

ব্ৰিকছ দেশসমূহে নতুন মুদ্ৰা প্ৰৱৰ্তন কৰিলেও আমেৰিকান ডলাৰৰ আধিপত্যক ক্ষতিগ্ৰস্ত কৰিব নোৱাৰিব বুলি কয় ট্ৰাম্পে। এই সন্দৰ্ভত তেওঁ লিখিছে, ‘আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ব্ৰিকছে আমেৰিকান ডলাৰৰ ঠাই ল’ব নোৱাৰে। যদি কোনো দেশে তেনে কৰিবলৈ চেষ্টা কৰে তেন্তে আমেৰিকাৰ পৰা আঁতৰি আহিব লাগিব।’

এনে নহয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ বাবে ডলাৰৰ বাহিৰে আন কোনো মুদ্ৰা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত উদ্যোগ প্ৰদৰ্শন কৰা নাই। কিন্তু ভাৰতে ডি-ডলাৰাইজেচনৰ পক্ষত নাই, সেই বাৰ্তাটোও কৌশলগতভাৱে প্ৰেৰণ কৰা হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই সন্দৰ্ভত ভাৰতৰ স্থিতি ব্যাখ্যা কৰি কৈছিল যে ডলাৰৰ প্ৰতিকক্ষ গঢ়ি তোলাৰ বাবে ভাৰতৰ কোনো ‘অসৎ ইচ্ছা’ নাই। কিন্তু ভাৰতৰ একাংশ ব্যৱসায়িক অংশীদাৰ দেশৰ হাতত পৰ্যাপ্ত ডলাৰ নথকাৰ ফলত লেনদেনত সমস্যাৰ সৃষ্টি হয়। সেই ক্ষেত্ৰত ভাৰতে বিকল্প বিচাৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিনটোত ৪০ টাকৈ চিগাৰেট খোৱা বিশাল দাদলানিয়ে কেনেকৈ এৰিলে ধূমপানৰ অভ্যাস?

দিনটোত ৪০ টাকৈ চিগাৰেট খোৱা বিশাল দাদলানিয়ে কেনেকৈ এৰিলে ধূমপানৰ অভ্যাস?

August 1, 2026 7:00 am
“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

July 31, 2026 9:59 pm
প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

July 31, 2026 9:45 pm
বদ্ৰীনাথ মন্দিৰত দানৰ ধন চুৰি : অপৰাধ স্বীকাৰ কৰিলে মূল অভিযুক্তই, ঘৰৰ পৰা উদ্ধাৰ ৰূপৰ মূৰ্তি আৰু নেপালী নোট

বদ্ৰীনাথ মন্দিৰত দানৰ ধন চুৰি : অপৰাধ স্বীকাৰ কৰিলে মূল অভিযুক্তই, ঘৰৰ পৰা উদ্ধাৰ ৰূপৰ মূৰ্তি আৰু নেপালী নোট

July 31, 2026 9:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিনটোত ৪০ টাকৈ চিগাৰেট খোৱা বিশাল দাদলানিয়ে কেনেকৈ এৰিলে ধূমপানৰ অভ্যাস?

দিনটোত ৪০ টাকৈ চিগাৰেট খোৱা বিশাল দাদলানিয়ে কেনেকৈ এৰিলে ধূমপানৰ অভ্যাস?

August 1, 2026 7:00 am
“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

July 31, 2026 9:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd