• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেহৰুৰ সিন্ধু জল চুক্তি ভাৰতৰ ইতিহাসৰ ‘আটাইতকৈ ডাঙৰ ভুল’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 27, 2025 10:00 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত তীব্ৰতৰ হৈ পৰিছে উত্তেজনা। ভাৰতে সিন্ধু জল চুক্তি স্থগিত কৰাৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এক পোষ্টত সিন্ধু জল চুক্তিক ভাৰতৰ ইতিহাসৰ “আটাইতকৈ ডাঙৰ ভুল” বুলি অভিহিত কৰি পণ্ডিত জৱাহৰলাল নেহৰুক দোষাৰোপ কৰিছে।

তেওঁৰ এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। শৰ্মাই দাবী কৰিছে যে আমেৰিকান প্ৰশাসন আৰু বিশ্ব বেংকৰ হেঁচাত নেহৰুৱে সিন্ধু অৱবাহিকাৰ ৮০% পানী—শক্তিশালী সিন্ধু, ঝেলুম আৰু চেনাব নদীৰ নিয়ন্ত্ৰণ—পাকিস্তানক দি দিছিল, আনহাতে ভাৰতক সৰু পূব নদী (ৰবি, বিয়াছ, ছাটলেজ)ৰ পানীত সীমাবদ্ধ কৰা হৈছিল। ফলত পাকিস্তানে বছৰি ১৩৫ মিলিয়ন একৰ-ফুট (MAF) পানী লাভ কৰে, আনহাতে ভাৰতৰ বাবে মাত্ৰ ৩৩ MAF বাকী থাকে।

Apply Now

উল্লেখ্য যে সিন্ধু জল চুক্তি হৈছে ১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত কৰাচীত ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানৰ মাজত বিশ্ব বেংকৰ মধ্যস্থতাত স্বাক্ষৰিত এক জল বিতৰণ চুক্তি। ইয়াৰ দ্বাৰা পূব নদী (বিয়াছ, ৰবি, ছাটলেজ)ৰ নিয়ন্ত্ৰণ ভাৰতক আৰু পশ্চিম নদী (সিন্ধু, চেনাব, ঝেলুম)ৰ নিয়ন্ত্ৰণ পাকিস্তানক দিয়া হৈছিল। মুঠ পানীৰ প্ৰায় ৩০% ভাৰতৰ বাবে আৰু ৭০% পাকিস্তানৰ বাবে নিৰ্ধাৰিত হৈছিল। শৰ্মাই অভিযোগ কৰিছে যে এই চুক্তিয়ে ভাৰতৰ পঞ্জাৱ, হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ কৃষি আৰু কৌশলগত স্বাৰ্থৰ ওপৰত স্থায়ীভাৱে প্ৰভাৱ পেলাইছে, কাৰণ পশ্চিম নদীৰ পানীৰ ব্যৱহাৰ ভাৰতৰ বাবে সীমিত জলসিঞ্চন আৰু ক্ষুদ্ৰ প্ৰকল্পৰ মধ্যত আবদ্ধ হৈ আছে। তেওঁৰ মতে, নেহৰুৰ আন্তঃৰাষ্ট্ৰীয় অনুমোদনৰ প্ৰতি ভুল সিদ্ধান্তই ভাৰতৰ দীৰ্ঘম্যাদী জাতীয় স্বাৰ্থৰ ক্ষতি কৰিছে।

২০২৫ চনৰ ২৩ এপ্ৰিলত ভাৰতৰ বৈদেশিক সচিবে পহলগাম আক্ৰমণৰ পিছত এই চুক্তি স্থগিত ৰখাৰ ঘোষণা কৰিছে। এই পদক্ষেপৰ ফলত পাকিস্তানৰ পানীৰ প্ৰৱাহৰ ওপৰত প্ৰভাৱ পৰিব, আৰু সম্পৰ্ক উন্নত নহ’লে পাকিস্তানে পানীৰ সংকটৰ সন্মুখীন হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd