• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতি গণনাৰ ৰাজনৈতিক চাপ! ভোটৰ আশংকাত বিজেপি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2025 9:12 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত জাতি গণনাৰ প্ৰশ্নটোৱে দীৰ্ঘদিন ধৰি ৰাজনৈতিক দলসমূহৰ বাবে মূৰৰ কামোৰণী হিচাপে গণ্য কৰি অহিছে। ২০১০ চনত  ইউ পি এৰ চৰকাৰৰ  দ্বিতীয়টো কাৰ্যকালত সমাজবাদী পাৰ্টি আৰু আৰ জে ডিৰ দৰে দলসমূহে জনসংখ্যাৰ লগতে জাতি গণনাৰ দাবী তুলিছিল। তেতিয়া বিৰোধী বিজেপিয়ে এই বিষয়ত মৌনতা অৱলম্বন কৰিছিল, কিন্তু কংগ্ৰেছে উচ্চ বৰ্ণৰ ভোট হেৰুৱাৰ ভয়ত জাতি জৰীপৰ প্ৰশ্নটোত দ্বিধাবোধ কৰিছিল। তেতিয়াৰ গৃহমন্ত্ৰী পি চিদাম্বৰমে কৈছিল যে জাতি গণনাত তথ্যৰ ভুল হ’লে ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। অৱশেষত, মন্ত্ৰীসভাৰ হাতত সিদ্ধান্তৰ ভাৰ এৰি দিয়া হৈছিল, যিয়ে জাতি জৰীপৰ বাবে সেউজ সংকেত দিছিল। শেহতীয় কৈ বিজেপি চৰকাৰেও জাতি গণনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও জৰীপৰ নিৰ্দিষ্ট সময় ঘোষণা কৰা নাই।

একে ধৰণৰ হেঁচা ডেৰ দশকৰ পাছত বিজেপি চৰকাৰৰ ওপৰতো পৰিছে। জে ডি ইউ আৰু এল জে পিৰ দৰে দলসমূহে জাতি গণনাৰ দাবী তুলি অহিছে । ২০২১ চনত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা উপ-মন্ত্ৰী নিত্যানন্দ ৰায়ে সংসদত কৈছিল যে জাতি আৰু জনজাতীয় জনসংখ্যাৰ জৰীপৰ বাবে চৰকাৰ সাজু, কিন্তু আন জাতিৰ জৰীপত কিছু সমস্যা আছে। বিজেপিয়ে কংগ্ৰেছৰ দৰেই উচ্চ জাতিৰ ভোট হেৰুৱাৰ ভয়ত এই বিষয়ত সাৱধানে পদক্ষেপ লৈছিল। বিহাৰৰ ৰাজনৈতিক দলসমূহে, বিশেষকৈ আৰ জে ডিৰ দৰে দলসমূহে, এই বিষয়ত তীব্ৰ চাপ সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও আৰ এছ এছৰ নেতৃত্বই নীতিগতভাৱে জাতি গণনাৰ বিপক্ষে আপত্তি  কৰিছিল, যিয়ে বিজেপিৰ সিদ্ধান্তক আৰু জটিল কৰি তুলিছিল।

Apply Now

বিজেপিয়ে জাতি গণনাৰ পৰা আঁতৰি থাকিলেও, নিৰ্বাচনৰ পূৰ্বে এই বিষয়টোৱে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। বিহাৰত পিছপৰা সমাজ আৰু মুছলমান সম্প্ৰদায়ৰ ভোটৰ গুৰুত্ব বিজেপিৰ বাবে এক প্ৰধান চিন্তাৰ বিষয়। বিহাৰত ১৭ শতাংশ মুছলমান ভোট পৰম্পৰাগতভাৱে আৰ জে ডি আৰু কংগ্ৰেছৰ পক্ষত থাকে, আৰু জাতি গণনা নকৰিলে পিছপৰা সমাজৰ ক্ষোভৰ ফলত এই ভোট বিৰোধীৰ হাতলৈ যাব পাৰে। কংগ্ৰেছে দাবী কৰিছে যে মোদী চৰকাৰে এই সিদ্ধান্তৰ জৰিয়তে জনতাৰ দৃষ্টি অন্যফালে ঘূৰাবলৈ চেষ্টা কৰিছে, কাৰণ জাতি গণনাৰ সময়ৰ কোনো নিশ্চয়তা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd