• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2025 6:52 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২২ চনৰ পৰাই নাগৰিক ঐক্য মঞ্চই মহানগৰখনত তীব্ৰ হৈ উঠা পানীযোগানৰ সমস্যাটোৰ বিষয়ত পানীযোগান প্ৰকল্পসমূহৰ ক্ষিপ্ৰ ৰূপায়ণৰ বাবে, বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে জনমত গঠন কৰি চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ কামত জড়িত হৈ আছে । ইয়াৰ বাবে, জলবোৰ্ডকে ধৰি চৰকাৰী অনুষ্ঠান-বিভাগ আদিৰ লগত আলোচনাত মিলিত হোৱা, ন্যায়ালয়ত চলি থকা গোচৰত ইতিবাচক ভূমিকা পালন কৰা, সংবাদ মাধ্যমত সক্ৰিয় হৈ থকা আদি কামকাজো চলাই থকা হৈছে । ইয়াৰে এটা অংশ হিচাপে, আজি ২/৭/২০২৫ তাৰিখে, গুৱাহাটী জলবোৰ্ডৰ খাৰঘূলীস্থিত কাৰ্যালয়ৰ সন্মুখত চাৰিওটা পানীযোগান প্ৰকল্প, বিশেষকৈ দক্ষিণ পূব গুৱাহাটী প্ৰকল্পটোৰ ক্ষিপ্ৰ ৰূপায়ণৰ দাবীত এটা ধৰ্ণা কাৰ্যসূচী পালন কৰা হয় । ইয়াত মহানগৰখনৰ বিভিন্ন অঞ্চলৰ পৰা অহা পুৰুষ-মহিলাকে ধৰি সত্তৰজনমান ব্যক্তিৰ উপস্থিতিত এই কাৰ্যসূচী পালন কৰা হয় ।

ধৰ্ণা কাৰ্য্যসূচীৰ মাজতে নাগৰিক ঐক্য মঞ্চৰ এটা পাঁচজনীয়া প্ৰতিনিধি দলে জলবৰ্ডৰ সচিব, মূখ্য অভিযন্তা, প্ৰকল্প অভিযন্তা আদিৰ উপস্থিতিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Apply Now

এই স্মাৰক পত্ৰৰ যোগেদি আমি এই কেইটা বিষয়লৈ দৃষ্টি আকৰ্ষণ কৰো–

১) ২০০৯ চনত আৰম্ভ হোৱা প্ৰথমটো প্ৰকল্প অৰ্থাৎ দক্ষিণ-পশ্চিম গুৱাহাটী প্ৰকল্পটোৱে সোতৰ বছৰৰ দীৰ্ঘ পৰিক্ৰমাৰ অন্তত আৰু কিছুদিনৰ আগতে ইয়াক মেছাৰ্ছ এল এণ্ড টিক গতাই দিয়াৰ পিছতো ইয়াৰ অগ্ৰগতি মুঠেই সন্তোষজনক নহয়, আৰু ইয়াৰ যোগেদি এতিয়াও এলেকাটোৰ পাঁচ শতাংশ জনসংখ্যাকহে পানীযোগান ধৰিব পৰা গৈছে ।

২) চাৰিটা পানীযোগান প্ৰকল্পৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু চকুত পৰা দক্ষিণ মধ্য গুৱাহাটী প্ৰকল্পটো এতিয়াও সম্পূৰ্ণ হোৱাৰ পৰা বহু দূৰত; ইয়াৰ যোগেদি, এলেকাটোৰ পঞ্চাছ শতাংশ পৰিয়ালকো এতিয়ালৈকে পানীযোগান ধৰিব পৰা হোৱা নাই । আমি গম পোৱা মতে, ইতিমধ্যে, জাপানৰ প্ৰতিষ্ঠান জাইকাৰ অৰ্থসাহায্যৰ ম্যাদ ইতিমধ্যে উকলি গৈছে আৰু এতিয়া প্ৰকল্পটোৰ কামকাজ স্থবিৰ হৈ পৰা দেখা গৈছে ।

৩) জাইকাৰ সাহায্যপ্ৰাপ্ত অতি ক্ষুদ্ৰ উত্তৰ গুৱাহাটী প্ৰকল্পটোৰ স্থিতিও অতি ৰহস্যজনক অৱস্থাত আছে । আজি বহুদিন ধৰি এই সৰু প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হোৱা বুলি চৰকাৰে কৈ আছে যদিও এতিয়ালৈকে প্ৰজেক্ট এলেকাৰ অন্তৰ্গত এটা ঘৰেও পানী সংযোগ পোৱা নাই। অথচ, ইয়াৰ বাবেও এতিয়া জাইকাৰ অৰ্থসাহায্য বন্ধ হৈ গৈছে ।

৪) আটাইতকৈ চিন্তনীয় হৈ আছে দক্ষিণ-পূব গুৱাহাটী প্ৰকল্প। দৰাচলতে, প্ৰথমাৱস্থাত সামান্য কাম হোৱাৰ পিছত, ২০১৯ চনৰ পৰাই এই প্ৰকল্পত কোনো কামকাজ চলা নাই; চৰকাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামা মতেই, ২০২৯ চনৰ আগলৈকে, এই প্ৰকল্প ৰূপায়ণ হোৱাৰ আশা নাই । শেহতীয়াকৈ চৰকাৰে পিএমচি নিযুক্তি আৰু প্ৰকল্পটো ৰূপায়ণৰ (মানে, ইন-টে’ক পইণ্ট, পানী পৰিশোধন কেন্দ্ৰ, বাকী থকা তিনিটা  জলাধাৰ আৰু প্ৰয়োজনীয় সংবহন আৰু বিতৰণ পাইপলাইন আদি কাম) বাবে ঠিকাদাৰক নিযুক্তি দিবলৈ নিবিদা আহ্বান কৰা পৰিলক্ষিত হৈছে যদিও প্ৰয়োজনীয় পুঁজিৰ প্ৰশ্নটো এতিয়াও অনিশ্চিত হৈ আছে ।

আমি প্ৰথম তিনিওটা প্ৰকল্পৰে ক্ষিপ্ৰ ৰূপায়ণ দাবী কৰিছোঁ । দক্ষিণ পূব গুৱাহাটী প্ৰকল্প এলাকাত, ভূগৰ্ভৰ পানী চিন্তনীয়ভাৱে নিম্নগামী হৈছে আৰু এই প্ৰকল্প ৰূপায়ণ হ’বলৈও বহু বছৰ থকাৰ পৰিপ্ৰেক্ষিতত, আমি অঞ্চলটোত অনতিপলমে বিনামূলীয়াকৈ পানীযোগানৰ ব্যৱস্থা কৰিবলৈ আৰু পানীযোগান সুনিশ্চিত নোহোৱালৈকে কোনো বহু-মহলীয়া ভৱনৰ নিৰ্মাণকাৰ্যত অনুমতি নিদিবলৈ চৰকাৰক দাবী জনাইছোঁ ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am
গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd