• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2025 7:00 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কম সময়ৰ ভিতৰতে ওজন কমাই অনুৰাগীক আচৰিত কৰি তুলিছে কমেডিয়ান কপিল শৰ্মাই। এটা সময়ত নিয়মীয়াকৈ মদ্যপান আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে তেওঁৰ ওজন বহুত বাঢ়ি গৈছিল। কপিলৰ ফিটনেছ প্ৰশিক্ষক যোগেশ ভাটেজাই এই কঠিন যাত্ৰাত কেনেদৰে সফল হ’ল সেই কথা বুজাইছে। তেওঁ কয় যে কপিলে ‘২১ ২১ ২১’ নিয়ম পালন কৰি ওজন কমাবলৈ সফল হৈছে।

যোগেশৰ মতে, সুস্থ জীৱন যাপনৰ হেঁপাহ অনুভৱ নকৰালৈকে বহু লোকে দৈনন্দিন খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে। ঘৰতে খাদ্য-পানীয় চলি থাকিল। একে সময়তে বহুতে বাহিৰলৈ ওলাই যাওঁতে ভজা খাদ্যও খায়। ফলত বহুতে লক্ষ্য নকৰে যে তেওঁলোকৰ ওজন বাঢ়িছে।

Apply Now

কিন্তু যেতিয়া এজন ব্যক্তিয়ে নিজৰ দৈনিক কেলৰিৰ খবৰ ৰাখে বা কি খাই আছে তাৰ প্ৰতি মনোযোগ দিয়ে তেতিয়া তেওঁৰ জীৱনটো স্বয়ংক্ৰিয়ভাৱে সলনি হ’বলৈ আৰম্ভ কৰে। একে সময়তে ব্যক্তিজনৰ টোপনি আৰু উশাহ-নিশাহৰ ধৰণ সকলো সলনি হয়। গতিকে ওজন কমাব বিচাৰিলে প্ৰথমে মানসিকভাৱে প্ৰস্তুতি চলাব লাগিব। তাৰ পিছত আহে শাৰীৰিক ব্যায়ামৰ বিষয়। যোগেশে কপিলৰ ক্ষেত্ৰতো এই একেটা নীতিকে অনুসৰণ কৰিছিল। যোগেশৰ মতে খাদ্য বা ব্যায়ামৰ নিয়ম আৰম্ভ কৰাৰ পিছত শৰীৰে ইয়াৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰ মূল্যায়ন কৰি আগবাঢ়িব লাগে। গতিকে কপিলৰ ক্ষেত্ৰত তেওঁ ডায়েটৰ লগতে কাৰ্ডিঅ’ৰ ওপৰত গুৰুত্ব দিয়ে।

‘২১-২১-২১’ নিয়ম কি?

এই নীতিয়ে দৈনিক খাদ্য আৰু ব্যায়ামৰ ২১ দিন আৰু তিনিটা পৰ্যায়ত বিভক্ত কৰে।

১) প্ৰথম ২১ দিনত কপিলে মূলতঃ বিভিন্ন শৰীৰৰ ষ্ট্ৰেচত গুৰুত্ব দিছিল। এই সময়ত ডায়েট কৰাৰ প্ৰয়োজন নাই। কিন্তু ব্যক্তিজনে ২১ দিনৰ মূৰে মূৰে এবাৰ হ’লেও ব্যায়াম কৰাটো নিশ্চিত কৰিব লাগিব।

২) দ্বিতীয় পৰ্যায়ত ২১ দিনৰ বাবে ব্যক্তিজনৰ খাদ্যাভ্যাস সলনি কৰিব লাগে। যেনে চেনিৰ সলনি গুড় ব্যৱহাৰ কৰা। বা খাদ্যত শাক-পাচলিৰ পৰিমাণ বৃদ্ধি কৰক। ৰাতি দেৰিকৈ নাখাব। একে সময়তে শাৰীৰিক ব্যায়াম চলি থাকিব।

৩) তৃতীয় পৰ্যায়ত ব্যক্তিজনে ২১ দিন ধৰি ধূমপান, মদ খোৱা, কফি খোৱাৰ আসক্তি নিয়ন্ত্ৰণ কৰিব লাগে। কপিলেও একেই কাম কৰিলে। যোগেশৰ মতে যেতিয়া এনে অভ্যাসৰ ওপৰত নিৰ্ভৰশীলতা কমি যায় তেতিয়া এজন ব্যক্তিয়ে নিজকে ভালদৰে চিনি পাব পাৰে। সুস্থ জীৱন-যাপনৰ প্ৰতিও তেওঁৰ মনোযোগ বাঢ়ি যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm
বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

September 27, 2026 3:12 pm
অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

September 27, 2026 2:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd