• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বুলড’জাৰ নহয়, আইনৰ নীতি মানিব লাগিব চৰকাৰে : উৰিয়ামঘাটৰ উচ্ছেদ অভিযান স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 6, 2025 8:24 am
141
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটৰ উৰিয়ামঘাটত চলি থকা উচ্ছেদ অভিযানত মুখ থেকেচা খালে হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৪ আগষ্টলৈকে এই উচ্ছেদ অভিযান স্থগিত ৰাখিবলৈ চৰকাৰক নিৰ্দেশ দিছে।

উল্লেখ্য যে এই উচ্ছেদৰ বিৰুদ্ধে ৭৫ টা পৰিয়ালে কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ। সেই আবেদন অনুসৰি ন্যায়ালয়ে মঙলবাৰে এই উচ্ছেদ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে।

আবেদনকাৰীসকলে যুক্তি দিছিল যে তেওঁলোকক অবৈধ ভূমি দখলকাৰী বুলি যি ঠাইৰ পৰা উচ্ছেদ কৰিব খোজা হৈছে সেই ঠাইত তেওঁলোকে দশক দশক ধৰি বসবাস কৰি আহিছে আৰু এই ভূমি কেতিয়াও বনাঞ্চল বা ৰাজহ ভূমি বুলি আইনগতভাবে তেওঁলোকে কেতিয়াও অৱগত হোৱা নাই।

তেওঁলোকে আদালতত কয় যে তেওঁলোকৰ ঘৰবোৰ বেদখল নহয়, বৰঞ্চ বছৰ বছৰ ধৰি ক্ৰমান্বয়ে গঢ় লৈ উঠা বন্দোবস্তৰ অংশ আছিল। তেওঁলোকে সেই ঠাইত থাকি পিএমএৱাইৰ গৃহ, বিদ্যুৎ সংযোগ, আৰু অন্যান্য নাগৰিক সুবিধাকে ধৰি চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিছিল।

তেওঁলোকৰ আবেদনত এই কথাত গুৰুত্ব আৰোপ কৰা হৈছিল যে চৰকাৰে তেওঁলোকক মাত্ৰ ৭ দিনৰ সময়সীমা বান্ধি দি উচ্ছেদৰ জাননী দিছিল। তেওঁলোকক তেওঁলোকৰ আৱাসিক অধিকাৰৰ প্ৰমাণ বা আইনী নথি দাখিল কৰাৰ কোনো উপযুক্ত সুযোগ দিয়া হোৱা নাছিল।

এই যুক্তি শুনাৰ পিছত মুখ্য ন্যায়াধীশৰ নেতৃত্বত এখন সংমণ্ডল বিচাৰপীঠে অসম চৰকাৰক ১৪ আগষ্টৰ ভিতৰত এখন বিস্তৃত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। এই শপতনামত ভূমিৰ আইনী শ্ৰেণীবিভাজনৰ স্পষ্ট সংজ্ঞা দিব লাগিব, ভূমি অধিগ্ৰহণ কৰা ব্যৱস্থাৰ সময়সীমা দিব লাগিব।  ভূমিৰ সঠিক সীমা নিৰ্ধাৰণ কৰাৰ লগতে জাননী জাৰি কৰা হৈছে নে নাই সেই বিষয়ে ব্যাখ্যা কৰিব লাগিব।

একে সময়তে আদালতে আবেদনকাৰীসকলক আৱাসিক অধিকাৰৰ প্ৰমাণ, নথিপত্ৰ, ভূমি আবণ্টনৰ পত্ৰ, ইউটিলিটি বিল, আৰু কল্যাণমূলক নামভৰ্তিৰ কাগজ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

Recent News

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

টাটা কনছালটেন্সিৰ কৰ্মচাৰীৰ গণ বহিষ্কাৰৰ মাজতে ইনফ’ছিছৰ বৃহৎ ঘোষণাঃ ২০ হাজাৰ কৰ্মচাৰীয়ে পাব চাকৰি

টাটা কনছালটেন্সিৰ কৰ্মচাৰীৰ গণ বহিষ্কাৰৰ মাজতে ইনফ’ছিছৰ বৃহৎ ঘোষণাঃ ২০ হাজাৰ কৰ্মচাৰীয়ে পাব চাকৰি

‘গংগা মা আহিছে ভৰি ধুৱাবলৈ, আপোনালোক স্বৰ্গলৈ যাব’- বানাক্ৰান্তক যোগী আদিত্যনাথৰ মন্ত্ৰীৰ পৰামৰ্শ

‘গংগা মা আহিছে ভৰি ধুৱাবলৈ, আপোনালোক স্বৰ্গলৈ যাব’- বানাক্ৰান্তক যোগী আদিত্যনাথৰ মন্ত্ৰীৰ পৰামৰ্শ

চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক! ব্লক কৰিলে ৪ লাখ চিম কাৰ্ড

চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক! ব্লক কৰিলে ৪ লাখ চিম কাৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd