• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিদেশত অধ্যয়নৰ বাবে আগ্রহী ছাত্র-ছাত্রী সকলে কেনেদৰে প্রস্তুতি চলাব

বুলজিৎ বুঢ়াগোহাঁই by বুলজিৎ বুঢ়াগোহাঁই
September 9, 2019 6:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশত অধ্যয়নৰ বাবে আগ্রহী শিক্ষাৰ্থীজনৰ সৰ্বপ্রথম খোজটো হ’ব সঠিক পাঠ্যক্ৰম নিৰ্বাচন কৰা। সাধাৰণতে ভাৰতবৰ্ষৰ সৰহ সংখ্যক ছাত্র-ছাত্রী আমেৰিকা, বৃটেইন, অষ্ট্রেলিয়া, নিউজিলেণ্ড, কানাডা, জাৰ্মানী, চীন, চিংগাপুৰ, আয়াৰ লেণ্ড আদি বিদেশৰ বিভিন্ন স্থানত ইঞ্জীনিয়াৰিং, বিজ্ঞান, জীৱ বিজ্ঞান, আইন, বায়টেকন’লজী, তথ্য প্রযুক্তিবিদ্যা, মেনেজমেণ্ট, বাণিজ্য আদিৰ স্নাতক, স্নাতকোত্তৰ তথা পি এইচ ডি পাঠ্যক্রম অধ্যয়ন কৰিবলৈ যায়।

পাঠ্যক্রমৰ ওপৰত ভিত্তি কৰি ভাৰতীয় ছাত্র-ছাত্রীসকল TOFEL (https://www.ets.org/toefl) ,GRE (https://www.ets.org/gre), ELTS (https://www.britishcouncil.org/), SAT (https://collegereadiness.collegeboard.org/sat), GMAT (http://www.gmac.com/) আদি বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হ’ব লগিব।

Apply Now

ইয়াৰ পিছত পাঠ্যক্ৰমটোত নামভৰ্তিৰ বাবে প্রয়োজন হোৱা উপযুক্ত নম্বৰসহ উত্তীৰ্ণ হৈ ৱেবচাইটত উল্লেখিত নিৰ্দেশনা অনুসৰি আবেদন কৰিব লাগিব। আবেদন কৰোতে শিক্ষাৰ্থীজনে পাছপৰ্টৰ সবিশেষ তথ্য যোগান ধৰিব লাগিব আৰু নামভৰ্তি চূড়ান্ত হোৱাৰ পিছত student visa ৰ বাবে আবেদন কৰিব লাগিব।

ইয়াৰোপৰি বিদেশ যাত্রাৰ আগতে ট্রেভেল ইঞ্চুৰেঞ্চ আৰু লগতে জৰুৰীকালীন অৱস্থাত লাভ কৰা অত্যাৱশ্যকীয় সেৱা সমূহৰ বিষয়েও লাগতীয়াল তথ্য সংগ্রহ কৰাটো অতীৱ প্রয়োজনীয়। তদুপৰি বিদেশৰ কিছুসংখ্যক শিক্ষানুষ্ঠানৰ পাঠ্যক্রমৰ বাবে দুই-তিনিখনকৈ ‘Recommendation Letter’ৰ আৱশ্যক হয়।

বিভিন্ন দেশৰ শিক্ষানুষ্ঠান সমূহৰ নামভৰ্তি প্রক্ৰিয়া যিহেতু ভিন্ন হয়, সেয়েহে শিক্ষাৰ্থীজনে প্রায় এবছৰ মানৰ পৰাই যাৱতীয় প্রস্তুতি চলাব লাগে। ভাৰতবৰ্ষত অৱস্থিত বিভিন্ন দেশৰ ৰাষ্ট্রদূতাবাসৰ ঠিকনা ৱেবচাইট (http://meaprotocol.nic.in/)ৰ পৰা সংগ্রহ কৰিও সেই দেশৰ পচন্দৰ শিক্ষানুষ্ঠানখনৰ নামভৰ্তিৰ প্রক্রিয়াৰ সবিশেষ জানিব পাৰি।

বিদেশত উচ্চশিক্ষা গ্রহণ কৰিবলৈ আগ্রহী শিক্ষাৰ্থীজনে স্কলাৰশ্বিপ কিদৰে লাভ কৰিব পাৰি তাৰ সবিশেষ জানি লোৱা উচিত। স্কলাৰশ্বিপৰ তথ্যসমূহ Employment News তথা ভাৰতবৰ্ষৰ আগশাৰীৰ বাতৰি কাকতসমূহৰ পৰাও সংগ্রহ কৰিব পাৰে।

১) শিক্ষাৰ্থীজনে বিদেশত যিটো বিষয়ত অধ্যয়ন কৰিব সেই বিষয়টোৰ ক্ষেত্রত আৰ্থিক সাহায্যৰ সুবিধা সমূহৰ বিষয়ে জানি ল’ব লাগে।

২) অধ্যয়ন কৰিব বিচৰা সেই দেশৰ চৰকাৰখনে আন্তঃৰাষ্ট্রীয় শিক্ষাৰ্থীক আৰ্থিক অনুদান প্রদান কৰাৰ সুবিধাসমূহৰ বিষয়েও শিক্ষাৰ্থীজনে জানি লোৱা উচিত।

৩) কেৰিয়াৰ পৰামৰ্শদাতাৰ লগত জলপানি ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা উচিত।

৪) ইতিমধ্যে বিদেশত অধ্যয়ন কৰি অহা ছাত্র-ছাত্রীৰ লগতো জলপানি ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিব লাগে।

৫) ইয়াৰোপৰি ইণ্টাৰনেট বৰ্তমান এক সুবিধাজনক ব্যৱস্থা, যাৰ সহায়ত বিদেশত অধ্যয়নৰ কালছোৱাত লাভ কৰিব পৰা জলপানিৰ বিষয়ে তথ্য সংগ্রহ কৰিব পৰা যায়।

বিদেশত শিক্ষাগ্রহণ কৰি ভাৰতীয় শিক্ষাৰ্থীয়ে লাভ কৰিব পৰা কেইটামান জলপানি ব্যৱস্থা হ’ল –

Chinese Government Scholarship,

Commonwealth Scholarship and Fellowship,

Dr Manmohan Singh Scholarships,

Hornby Scholarship to study in the UK,

Huawei Maitree Scholarship for study in China,

India4EU II Scholarship to study in Europe,

Inlaks Scholarship,

International PG Research Scholarship by Australia,

Melbourne – India PG Scholarship,

Oxford and Cambridge Society of India Scholarship,

Oxford University’s Rhodes Scholarship,

Raman-Charpak Fellowship for Indian and French Ph.D students,

Tata Scholarship for Cornell University,

University of Sessex Scholarship,

University of Sheffield’s Scholarship,

US UCD UG scholarship,

USIEF Fulbright-Nehru Fellowships আদি।

এই জলপানিসমূহৰ বিষয়ে সবিশেষ তথ্য লাভ কৰিবলৈ হ’লে শিক্ষাৰ্থীসকলে “চাৰ্চ ইঞ্জিন” Google ত প্রতিটো জলপানিৰ বিষয়ে official website ত চাব পাৰে । ইয়াৰোপৰি বিভিন্ন জলপানি তথা শৈক্ষিক লোণ আদিৰ বিষয়ে জানিবৰ বাবে ভাৰত চৰকাৰৰ Ministry of Human Resource Development ৰ ৱেবচাইট (http://mhrd.gov.in/)ত তথ্য লাভ কৰিব পৰা যায়।

তাৰোপৰি বিদেশত শিক্ষাগ্রহণৰ বাবে আগ্রহী ছাত্র-ছাত্রীসকলে আগতীয়াকৈ শিক্ষানুষ্ঠানখন থকা অঞ্চলৰ সবিশেষ তথ্য বিভিন্ন মাধ্যমৰ যোগেদি সংগ্রহ কৰি ল’ব লাগে। সেই অঞ্চলৰ খাদ্যভাষ, সংস্কৃতি, ৰীতি-নীতি, সংগীত, নৃত্য কথাছবি আদিৰ বিষয়ে জানি ল’ব লাগে।

বিদেশত গৈ সেই অঞ্চলৰ ভাষা আয়ত্ত কৰিবলৈ চেষ্টা কৰিব লাগে। তদুপৰি ঘৰগোনা স্বভাৱ পৰিত্যাগ কৰি বিভিন্ন অঞ্চল ভ্রমণ তথা সেই অঞ্চলৰ লোকৰ লগত সতৰ্কতাৰে বন্ধুত্ব স্থাপন কৰিব লাগে। বিদেশত অধ্যয়ন কৰা এজন ব্যক্তিয়ে আন্তঃৰাষ্ট্রীয় পৰ্যায়ৰ ছাত্র-ছাত্রীৰ লগত সংযোগ স্থাপনৰ লগতে বন্ধুত্বৰ যোগেদি বিভিন্ন বিদেশী ভাষা শিকাৰো সুযোগ লাভ কৰে।

বিদেশত গৈ অন্য এক শিক্ষা পদ্ধতিৰ লগতো পৰিচয় ঘটে। বিদেশত কৰ্ম পদ্ধতি ভাৰততকৈ বহুত পৃথক য’ত প্রত্যেক ব্যক্তিয়েই নিজৰ যাৱতীয় দৈন্যন্দিন কাম-কাজ আনৰ সহায় নোলোৱাকৈ নিজেই কৰি লয় সেয়েহে বিদেশত অধ্যয়ন কৰা ছাত্র-ছাত্রী সকলো স্বাধীনভাৱে যিকোনো কৰ্ম কৰিব পৰা মানসিকতাৰে পৰিপুষ্ট হৈ উঠে।

বুলজিৎ বুঢ়াগোহাঁই

বুলজিৎ বুঢ়াগোহাঁই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd