• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুল চিকিৎসাৰ বাবেই প্ৰতিবছৰে প্ৰাণ হেৰুৱাইছে ২৬ লাখ লোকে : বিশ্ব স্বাস্থ্য সংস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 28, 2019 4:09 pm
Doctor_Picture

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসকৰ ভুলৰ বাবে প্ৰতি বছৰে ১৩.৮ কোটিতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হয়। সেইদৰে বিশ্বত প্ৰতিবছৰে প্ৰাণ হেৰুৱাইছে ২৬ লাখ লোকে।

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই কেইদিনমান পূৰ্বে ‘বিশ্ব ৰোগী সুৰক্ষা দিৱস’ পালনৰ সময়ত এই সাৱধানবাণী সদৰী কৰিছিল।

Apply Now

এক সংবাদ সংস্থাৰ বাতৰি অনুসৰি বিশ্ব স্বাস্থ্য সংস্থাৰ ৰোগী-সুৰক্ষা সমন্বয়ক ডাঃ নীলম ঢিংৰাই এখন সংবাদমেলত জানিবলৈ দিয়ে যে ৰোগৰ চিনাক্তকৰণ কৰিব নোৱাৰা, ঔষধৰ বিচ্যুতি তথা চিকিৎসাৰ ত্ৰুটি আৰু ঔষধৰ ভুল প্ৰয়োগ এই তিনিটা মুখ্য কাৰণৰ বাবেই ইমান বৃহৎ সংখ্যক ৰোগীয়ে যন্ত্ৰণা ভূগিবলগীয়া হৈছে।

বিশেষজ্ঞসকলে কয় যে এই ভুলবোৰ এই কাৰণেই হয় কিয়নো চিকিৎসা ব্যৱস্থা এই ত্ৰুটিসমূহ সঠিকভাৱে দূৰ কৰা তথা ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ বাবে উপযুক্ত ধৰণে প্ৰস্তুত নহয়।

তেওঁলোকে কয় যে হাস্পাতলসমূহে তেওঁলোকে কি ভুল কৰিলে সেয়া লুকুৱায় যিটোৱে তেওঁলোকক ভৱিষ্যতে এনেকুৱা নহ’বৰ বাবে পদক্ষেপ গ্ৰহণ কৰাত বাধা দিয়ে।

বিশ্ব স্বাস্থ্য সংস্থাই শুকুৰবাৰে সদৰী কৰা তথ্যই কেৱল মধ্যমীয়া তথা নিম্ন আয়ৰ দেশসমূহৰ (য’ত বিশ্বৰ মুঠ জনসংখ্যাৰ ৮০ শতাংশ লোক বাস কৰে) কথাহে ব্যক্ত কৰিছে।

যদি বিকশিত দেশৰ কথাও ইয়াৰ সৈতে বিচাৰ কৰা হয় তেতিয়াহ’লে এই সংখ্যা অধিক হ’ব কিয়নো বিকশিত দেশসমূহতো প্ৰতি ১০জনৰ ভিতৰত এজন ভুল চিকিৎসাৰ চিকাৰ হয়।

এনে ভুলসমূহৰ ভিতৰত এনে কিছুমান চিকিৎসা প্ৰক্ৰিয়াৰ উদাহৰণ দাঙি ধৰা হোৱা নাই যিবোৰৰ ভিতৰত আছে ৰক্ত সংৰচন বা এক্স ৰে কৰোতে হোৱা ভুল, ভুল অংগ কাটি উলিয়াই দিয়া বা আক্ৰান্ত অংশত অস্ত্ৰোপচাৰ নকৰি মস্তিকৰ ভুল অংশত অস্ত্ৰোপচাৰ কৰা আদি। যিবোৰ মাৰাত্মক ভুল ইতিমধ্যে বহু সংখ্যক পোহৰলৈ আহিছে।

সমন্বয়ক ডাঃ নীলমে এনে কাৰণৰ কথা প্ৰকাশ কৰিছে য’ত কিছুমান হাস্পাতালত স্পষ্ট চিকিৎসা পদ্ধতিৰ অভাৱ বা কৰ্মচাৰীসকলৰ মাজত পৰ্যাপ্ত যোগাযোগৰ অভাৱ থাকে।

জেনেভাস্থিত সংস্থাটোৰ মতে, বিশ্বত একমাত্ৰ ঔষধৰ ভুল প্ৰয়োগৰ বাবেই স্বাস্থ্যসেৱা ব্যৱস্থাত প্ৰায় ২৯৬৯.৩৫ কোটি টকাৰ লোকচান হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd