• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

চৰকাৰৰ নতুন নিৰ্দেশ; RC আৰু DLৰ সৈতে লিংক কৰিব লাগিব মোবাইল নম্বৰ

বাহন পঞ্জীয়নৰ বাবে জৰুৰী হ’ব মোবাইল নম্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 7, 2019 1:43 pm
Untitled-design-990x512

প্ৰতিনিধিত্বমূলক ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়া বাহনৰ নথি পত্ৰ অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট(আৰ চি), ড্ৰাইভিং লাইচেন্স (ডি এল), প্ৰদূষণৰ প্ৰমান পত্ৰকে ধৰি সকলো নথি মোবাইল নম্বৰৰ সৈতে সংযোগ কৰাটো জৰুৰী হ’ব।

এই নিয়ম অহা ২০২০’ৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। এই সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰি এই বিষয়ত ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছে।

Apply Now

এইক্ষেত্ৰত লোকসকলে ৩০ দিনৰ ভিতৰত অৰ্থাৎ ২৯ ডিচেম্বৰ পৰ্যন্ত নিজৰ পৰামৰ্শ কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ক প্ৰেৰণ কৰিব পাৰিব।

বুধবাৰে কেন্দ্ৰীয় কেবিনেটে পাৰ্ছনেল ডাটা প্ৰটেকশ্যন বিধেয়কত অনুমোদন জনোৱাৰ সময়তে এই কথা পোহৰলৈ আহিছে।

এই বিধেয়কখনৰ জৰিয়তে ৰাজহুৱা আৰু ব্যক্তিগত কোম্পানীৰ বাবে পাৰ্ছনেল ডাটা বা ব্যক্তিগত তথ্য নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আশা কৰা হৈছে যে বাহনৰ নথিপত্ৰৰ সৈতে মালিকৰ মোবাইল নম্বৰ লিংক কৰা হ’লে গাড়ীৰ চুৰি হোৱাৰ তথ্য লাভ কৰাত সহায় হ’ব। বাহনৰ নথিপত্ৰৰ সৈতে মোবাইল নম্বৰ লিংক কৰা থাকিলে গাড়ী চুৰিস ক্ৰয়-বিক্ৰয়ত নিয়ন্ত্ৰণ কৰাত সহায়ক হ’ব।

তদুপৰি, বাহনৰ তথ্য ভাণ্ডাৰত মোবাইল নম্বৰ লিংক কৰা থাকিলে জিপিএছ’ৰ উপৰি মোবাইল নম্বৰৰ সহায়ত যিকোনো ব্যক্তিৰ স্থিতিৰ সন্ধান লাভ কৰিব পৰা যাব।

ইয়াত বিশেষকৈ পথ দুৰ্ঘটনা, অপৰাধ সংঘটিত কৰাৰ পাছত আৰক্ষীয়ে উক্ত ব্যক্তিৰ তৎকালীনভাৱে সন্ধান লাভ কৰিব আৰু ভ্ৰষ্টাচাৰৰ পৰাও সকাহ পোৱা যাব।

ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু আন চৰকাৰী সংস্থাৰ হাতত সকলো বাহন আৰু ড্ৰাইভিং লাইচেন্সৰ সম্পূৰ্ণ তথ্য, মোবাইল নম্বৰৰ সৈতে মজুত থাকিব।

প্ৰয়োজন হ’লে আৰক্ষী, আৰ টি অ’ বা আন কোনো সংস্থাই সহজতেই বাহন চালক বা ইয়াৰ মালিকৰ সৈতে সম্পৰ্ক কৰিব পাৰিব। আনহাতে, ডাঙৰ মহানগৰসমূহত ইন্টেলিজেন্ট ট্ৰেফিক মেনেজমেন্ট কাৰ্যকৰী কৰিব পৰা যাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd