• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Missing Boy Returns: ১১ দিন খোজকাঢ়ি বিশ্বনাথ পালেহি বৰগাঙৰ শিশু; গৰুচুৰি চক্ৰই বিক্ৰী কৰিছিল শিশুটিক!

কাজি জেইদুল ইছলাম, বিশ্বনাথ by কাজি জেইদুল ইছলাম, বিশ্বনাথ
June 23, 2022 2:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথৰ বিহালীৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী ১৪ বছৰীয়া শিশু ১১ দিন ধৰি খোজকাঢ়ি বিশ্বনাথত উপস্থিত হৈ এক বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে। ৰাজ্যত গৰু চুৰি চক্ৰই শিশু সৰবৰাহ কৰাৰ এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।

উল্লেখ্য যে যোৱা ১১ জুন তাৰিখে বিশ্বনাথৰ বিহালী সমষ্টিৰ বাৰগাং চাহ বাগিচাৰ এগৰাকী ১৪ বছৰীয়া যুৱকে নিজ পিতৃৰ সৈতে নিজৰ ঘৰৰ গৰু বিচাৰি পুৱা ছয় মান বজাত ওলাই আহিছিল।

কিন্তু হঠাৎ শিশু গৰাকীৰ পিতৃৰ কিবা কাম থকাৰ বাবে নিজ পুত্ৰক গৰু বিচাৰিব দি পিতৃ উভতি আহে নিজ গৃহলৈ। তাৰ পিছৰে পৰা শিশু গৰাকী নিৰুদ্দেশ হৈ পৰে।

লগতে পঢ়ক: Summer vacation বানৰ সংহাৰৰ পৰিপ্ৰেক্ষিতত ২৫ জুনৰ পৰা ২৫ জুলাইলৈ বিদ্যালয়ৰ গৰমৰ বন্ধ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

পিতৃ মাতৃয়ে শিশু গৰাকীৰ সন্ধান বিচাৰি বিভিন্ন স্থানত খৱৰ কৰে যদিও শিশুগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল। ফলত বিশ্বনাথ জিলা ভূঞা সমাজ আৰু আদিবাসী ছাত্ৰ সন্থাই শিশু গৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত বিহালী থনাৰ অন্তৰ্গত বৰগাং আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছিল।

কিন্তু আৰক্ষীও শিশু গৰাকীৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাছিল।কিন্তু আজি হঠাৎ নিৰুদ্দেশ হোৱা শিশুটি আহি উপস্থিত হয় বিশ্বনাথত। শিশুটি বিশ্বনাথত উপস্থিত হোৱাৰ লগে লগে শিশুটিয়ে প্ৰদান কৰা এক বিস্ফোৰক স্বীকাৰোক্তিয়ে এতিয়া স্থানীয় সকলো লোকক চিন্তিত কৰি তুলিছে।

শিশুটি হেনো ভোকে পিয়াহে ১১ দিন খোজকাঢ়ি খোজকাঢ়ি আজি উপস্থিত হৈছে বিশ্বনাথত। কেবল সিমানেই নহয়, শিশুটিকহেনো যোৱা ১১ জুন তাৰিখে নিজৰ গৰু বিচাৰি থকা সময়তে কোনো গৰু চোৰ চক্ৰই অস্ত্ৰ দেখুয়াই চুৰি গৰ ভৰ্তি গাড়ী এখনত বহুৱাই লৈ গৈছিল কোনো অজ্ঞাত স্থানলৈ। তাৰ পিছতে মইচিং নামৰ কোনো স্থানত গৰুচোৰ চক্ৰই শিশুটিক বিক্ৰী কৰি দিছিল। কিন্তু শিশুটিয়ে হেনো সেই নিশাই ১২ মান বজাত সেই স্থানত সকলো লোক শুই থকা সময়ত পলায়ন কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক:Lancet study কোভিডত আক্ৰান্ত ৪৬ শতাংশ শিশুৱে দুমাহলৈ দেখুৱাই থাকে কোভিডৰ লক্ষণঃ লেঞ্চেটৰ অধ্যয়ন

সেই পলায়ন কৰা দিনৰ পৰা সম্পূৰ্ণ এঘাৰ দিন শিশুটি খোজকাঢ়ি খোজকাঢ়ি বিশ্বনাথত উপস্থিত হবলৈ সক্ষম হৈছে। শিশুটি বিশ্বনাথৰ গলিয়াত আহি উপস্থিত হোৱাত স্থানীয় লোকে এই খবৰ প্ৰদান কৰে বিশ্বনাথ জিলা ভূঞা সমাজৰ এগৰাকী নেতাক। তাৰ পিছতে ভূঞা সমাজৰ নেতা গৰাকীয়ে শিশুটিৰ পিতৃ-মাতৃক এই খবৰ দিয়াৰ লগতে বৰগাং আৰক্ষী চকীতো খবৰটো প্ৰদান কৰে।

ইয়াৰ পিছতে বৰগাং আৰক্ষীৰ এটা দল বিশ্বনাথৰ গলিয়াত উপস্থিত হৈ শিশুটি উদ্ধাৰ কৰি লৈ যায় বৰগাঙলৈ। শিশুটি সুস্থ শৰীৰে বিশ্বনাথত উপস্থিত হোৱাত সকলো আনন্দিত হৈছে যদিও শিশুটিৰ স্বীকাৰোক্তিয়ে সকলোকে চিন্তিত কৰি তুলিছে। গৰু চোৰ চক্ৰই এতিয়া যদি শিশু সৰবৰাহ কৰাৰ কামতো লিপ্ত হয়, নিশ্চিত বাবে এই কথা সকলো লোকৰ বাবে এক ডাঙৰ চিন্তনীয় বিষয়।

কাজি জেইদুল ইছলাম, বিশ্বনাথ

কাজি জেইদুল ইছলাম, বিশ্বনাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am
ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

September 19, 2025 6:30 am
পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am
ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

September 19, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd